কলিকতা জিলা
কলকাতা জিলা | |
---|---|
Calcutta District | |
স্থানাংক: 22°34′22″N 88°21′50″E / 22.5726723°N 88.3638815°Eস্থানাংক: 22°34′22″N 88°21′50″E / 22.5726723°N 88.3638815°E | |
Country | ভাৰত |
State | West Bengal |
Division | Presidency |
মুখ্য কাৰ্যলয় | কলিকতা |
চৰকাৰ | |
• Lok Sabha constituencies | Kolkata Dakshin, Kolkata Uttar, Jadavpur |
• Vidhan Sabha constituencies | Kolkata Port, Bhabanipur, Rashbehari, Ballygunge, Chowranghee, Entally, Beleghata, Jorasanko, Shyampukur, Maniktala, Kashipur-Belgachhia, Tollyganj |
কালি | |
• মুঠ | 185 km2 (71 sq mi) |
জনসংখ্যা (2011) | |
• মুঠ | 44,96,694 |
• ঘনত্ব | 24,000/km2 (63,000/sq mi) |
কলিকতা জিলা (ইংৰাজী: Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।
২০০১ চনৰ লোকপিয়ল অনুসৰি কলিকতা জিলাখনৰ জনসংখ্যা ৪,৪৯৬,৬৯৪ জন,[3] যি প্ৰায় ক্ৰোৱেচিয়া ৰাজ্য[4] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য লুইজিয়ানাৰ সমান।[5] ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৩৫তম স্থান লাভ কৰিছে।[3] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৪,২৫২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (62,810 /sq mi)।[3] ২০০১-২০১১ চনলৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল −১.৮৮%।[3] কলিকতা জিলাৰ ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৮৯৯জন,[3] আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৭.১৪%। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা ক্ৰমে ৫.৩৮% আৰু ০.২৪%।[3]
ধৰ্ম | জনসংখ্যা (১৯৪১)[7]:75 | শতাংশ (১৯৪১) | জনসংখ্যা (২০১১)[6] | শতাংশ (২০১১) |
---|---|---|---|---|
হিন্দু | 1,551,512 | 73.57% | 3,440,290 | 85.26% |
ইছলাম | 497,535 | 23.59% | 926,414 | 20.60% |
খ্ৰীষ্টান | 16,431 | 0.78% | 39,758 | 0.88% |
অন্যান্য [টোকা 1] | 43,413 | 2.06% | 90,232 | 2.01% |
মুঠ জনসংখ্যা | ২,১০৮,৮৯১ | ১০০% | ৪,৪৯৬,৬৯৪ | ১০০% |
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/>
টেগ্ পোৱা নগ'ল