Type of business | Private |
---|---|
Available in | ইংৰাজী |
Founded | জুলাই ২০১৪ |
Headquarters | বাংগালোৰ, কৰ্ণাটক, ভাৰত |
Area served | ৫০০তকৈ অধিক ভাৰতৰ চহৰ |
Owner | Naspers (৩৬.০১%)[1] |
Founder(s) | শ্ৰীহৰ্ষ মজেটি নন্দন ৰেড্ডী ৰাহুল জৈমিনি |
Key people | শ্ৰীহৰ্ষ মজেটি (CEO) ৰাহুল বোথ্ৰা(CFO) দেল ভেজ(CTO) |
Industry | অনলাইন খাদ্য ব্যৱসায় |
Services | খাদ্য বিতৰণ অনলাইন খাদ্য সামগ্ৰীৰ ব্যৱসায় কুৰিয়াৰ |
Revenue | ![]() |
Profit | সাঁচ:Negative increase ₹−৩,৭৬৮ কোটি (−০.৫৩ বিলিয়ন ডলাৰ) (2020)[3] |
Parent | Bundl Technologies[4] |
Subsidiaries | SuprDaily |
URL | www |
Advertising | হয় |
Registration | বৈকল্পিক |
Current status | সক্ৰিয় |
Native client(s) on | Android, iOS, website |
চুইগী (ইংৰাজী: Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷[5][6] খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie" নামেৰে ক্ষিপ্ৰভাৱে বিভিন্ন পেকেট বিতৰণ কৰে।
বৰ্ষ | আয় (কোটিৰ হিচাপত) | লাভ/লোকচান (কোটিৰ হিচাপত) |
---|---|---|
বিত্তীয় বৰ্ষ ২০১৫ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৬ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৭ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৮ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৯ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০২০ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০২১ | ![]() |
![]() |
<ref>
টেগ;
tnc
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই