টাটা ড'ক'ম'

টাটা ড'ক'ম' লিমিটেড
ধৰণ যুগ্ম উদ্যম
উদ্যোগ দূৰসংযোগ
স্থাপিত নৱেম্বৰ, ২০০৮
মুখ্য কাৰ্যালয় নতুন দিল্লী, ভাৰত
দেশ/অঞ্চল ভাৰত
পৰিসেৱা ম'বাইল নেটৱৰ্ক
মূল প্ৰতিষ্ঠান জি এছ এম, ফ'টন, ইণ্টাৰনেট, টাটা ড'ক'ম' ৱাকি
ৱেবছাইট www.tatadocomo.com

জনপ্ৰিয় ভাৱে ড'ক'ম' নামেৰে জনাজাত টাটা ড'ক'ম' (জাপানৰ NTT Docomo-ৰ পৰা পৃথক) এক ভাৰতীয় ম'বাইল পৰিসেৱা আগবঢ়োৱা প্ৰতিষ্ঠান। জাপানৰ বৃহৎ দূৰসংযোগ কোম্পানী NTT Docomo আৰু ভাৰতীয় দূৰসংযোগ কোম্পানী টাটা টেলিচাৰ্ভিছৰ মাজৰ পদ্ধতিগত যুগ্ম উদ্যম ৰূপে ২০০৮ চনৰ নৱেম্বৰ মাহত টাটা ড'ক'ম' গঢ় লৈ উঠিছিল। টাটা ড'ক'ম'ই জি এছ এম আৰু চি ডি এম এ, এই দুই প্ৰযুক্তিৰ সহায়েৰে ম'বাইল দূৰসংযোগ সেৱা আগবঢ়ায়। গ্ৰাহক ভুক্তিৰ পৰিসংখ্যাৰ ফালৰ পৰা টাটা ড'ক'ম' দেশৰ ষষ্ঠ বৃহত্তম পৰিসেৱা প্ৰতিষ্ঠান।

নেটৱৰ্ক পৰিসীমা

[সম্পাদনা কৰক]

বৰ্তমান টাটা ড'ক'ম'ৰ ম'বাইল সেৱা ভাৰতৰ নিম্নোক্ত টেলিকম চাৰ্কলসমূহত উপলব্ধ। [1]

ৰাজ্য চি ডি এম এ ২ জি ৩ জি
মধ্য প্ৰদেশ Green tickY Green tickY Green tickY
মহাৰাষ্ট্ৰ আৰু গোৱা Green tickY Green tickY Green tickY
মুম্বাই Green tickY Green tickY Green tickY
অন্ধ্ৰ প্ৰদেশ Green tickY Green tickY Green tickY
বিহাৰ আৰু ঝাৰখণ্ড Green tickY Green tickY N
গুজৰাট Green tickY Green tickY Green tickY
হাৰিয়ানা Green tickY Green tickY Green tickY
হিমাচল প্ৰদেশ Green tickY Green tickY N
কৰ্ণাটক Green tickY Green tickY Green tickY
কেৰালা Green tickY Green tickY Green tickY
কলকাতা Green tickY Green tickY N
ওড়িশা Green tickY Green tickY N
পঞ্জাব Green tickY Green tickY Green tickY
ৰাজস্থান Green tickY Green tickY Green tickY
তামিলনাডু Green tickY Green tickY N
চেন্নাই Green tickY Green tickY N
উত্তৰ প্ৰদেশ (পূৱ) Green tickY Green tickY N
উত্তৰ প্ৰদেশ (পশ্চিম) Green tickY Green tickY Green tickY
পশ্চিম বংগ Green tickY Green tickY N
অসম N N N
উত্তৰ পূৰ্বাঞ্চল N N N
জম্মু আৰু কাশ্মীৰ N N N
দিল্লী Green tickY N N

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]