![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
নীলকণ্ঠ ফুল | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Lamiales |
পৰিয়াল: | Acanthaceae |
গণ: | Ecbolium |
প্ৰজাতি: | E. viride |
বৈজ্ঞানিক নাম | |
Ecbolium viride (Forssk.) Alston | |
সমাৰ্থক | |
নীলকণ্ঠ (বৈজ্ঞানিক নাম: Ecbolium viride) হৈছে একান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এক্বলিয়ামৰ এটা প্ৰজাতি।[1] বাংলাদেশ, ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়। ইয়াক ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়।[2][3]
ইয়াৰ পাত, শিপা আৰু ফুলত অৰিয়েণ্টিন, ভিটেক্সিন, আইছ’অৰিয়েণ্টিন, আইছ’ভিটেক্সিন নামৰ ৰসায়ন থাকে।[2][4]