পঞ্চভূজ ৫ ৰেখা খণ্ড থকা এক বহুভূজ।[1]
পঞ্চভূজ এক বহুভূজ আৰু অন্য বহুভূজৰ দৰেই সকনো পঞ্চভূজৰ সকলো ভিতৰুৱা কোণৰ জোখৰ যোগফল একেই। পঞ্চভূজৰ সকনো ভিতৰুৱা কোণৰ জোখৰ যোগফন ৫৪০ ডিগ্ৰী।
দিয়া আছে: ১ পঞ্চভূজ ABCDE
প্ৰমাণ কৰিব লাগে: কোণ (EAB + ABC + BCD + CDE + DEA) = ৫৪০ ডিগ্ৰী
আঁকিব লাগে: AC, AD সংযুক্ত কৰা
প্ৰমাণ: