এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
প্ৰাগ নিউজ | |
---|---|
উদ্বোধন | ৪ মাৰ্চ, ২০০১ |
গৰাকী | এ এম টেলিভিছন প্ৰাইভেট লিমিটেড |
শ্ল'গান | প্ৰাগৰ খবৰ প্ৰকৃত খবৰ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | ৰেঙণি |
ৱেবছাইট | pragnews.com |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল নং ৬১৭ |
ডিছ টিভি (ভাৰত) | চেনেল নং ৭৭৯ |
টাটা স্কাই (ভাৰত) | চেনেল নং ১৯৭৫ |
ভিডিঅ'কন ডি টি এইচ (ভাৰত) | চেনেল নং ৮৪৬ |
কেবল টিভি | |
এচিচি | চেনেল নং ১ |
প্ৰাগ নিউজ (ইংৰাজী: Prag News) উত্তৰ-পূব ভাৰতৰ অন্যতম পুৰণি চেটেলাইট বাতৰি চেনেল।[উদ্ধৃতিৰ প্ৰয়োজন] ২০০১ চনৰ ৪ মাৰ্চত এই চেনেলটো উদ্বোধন কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] প্ৰাগ নিউজৰ গৰাকী এ এম টেলিভিছন প্ৰাইভেট লিমিটেড আৰু ইয়াত অসমীয়া ভাষাত বাতৰি পৰিৱেশন কৰা হয়।[1]
বাতৰিৰ উপৰিও এই চেনেলত বিভিন্ন সংগীত আৰু বিনোদনৰ অনুষ্ঠান, চলচ্চিত্ৰ, ধাৰাবাহিক আদি পৰিৱেশন কৰা হয়।
|