Type of site |
বলিউডৰ গচিপ, মুভি ৰিভিউ |
---|---|
Available in | ইংৰাজী, হিন্দী |
Owner | হাংগামা ডিজিটেল মিডিয়া বিনোদন |
URL | www |
Commercial | হয় |
Registration | বিনামূল্য/সন্মতি |
Launched | ১৬ জুন ১৯৯৮ |
Current status | সক্ৰিয় |
বলিউড হাংগামা (পূৰ্বে পৰিচিত ইণ্ডিয়া এফএম বা ইণ্ডিয়া এফএম ডট্ কম) এখন বলিউড বিনোদন ৱেবচাইট, হাংগামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল।[2][3]
ৱেবচাইটটো ভাৰতীয় চলচ্চিত্ৰ শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে। ১৯৯৮ চনৰ ১৫ জুনত আৰম্ভ হোৱা ৱেবচাইটটোৰ মূল নাম আছিল "ইণ্ডিয়াএফএম ডটকম"। ইয়াৰ নামটো পৰিবৰ্তন কৰি ২০০৮ চনত "বলিউড হাংগামা" কৰা হয়।[4] বলিউড হাংগামা চিচি-বিৱাই-৩.০ (CC-BY-3.0 license) লাইচেঞ্চৰ অধিনত তেওঁলকৰ ছবি প্ৰকাশ কৰিছে।
২০২০ চনৰ এপ্ৰিল লৈকে ভাৰতত ইয়াৰ এলেক্সা ৰেঙ্কিং ৮৭৯।[1]