ব্ৰাহ্মী লিপি এটা প্ৰাচীন লিখন ব্যৱস্থাৰ নাম। ইয়াৰ সমসাময়িক লিপি হ'ল আফগানিস্তান আৰু পাকিস্তানত ব্যৱহৃত খৰোষ্টী লিপি। ব্ৰাহ্মী লিপি হ'ল ধ্বনিগত বৰ্ণমালা লিপি, য’ত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ পৃথক।
২০১০ চনৰ অক্টোবৰ মাহত ব্ৰাহ্মী লিপিক ইউনিক’ড ৬.০ত অন্তৰ্ভুক্ত কৰা হৈছিল।
ব্ৰাহ্মীৰ বাবে ইউনিকোড ব্ল'ক হৈছে, U+11000–U+1107F.[1] [2][3]