যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী (ইংৰাজী: Fallacy) বুলি কোৱা হয়।[1] ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা। তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত ভ্ৰান্তি বা বিভ্ৰাট হৈছে এক অশুদ্ধ তৰ্ক (argument) যাৰ প্ৰয়োগৰ পৰিণাম যুক্তিৰ মান্যতাহীনতা, নিষ্ফলতা আৰু অসাৰতা। যুক্তি-বিভ্ৰাট দুই ধৰণে হ’ব পাৰে – বিযুক্তি (formal fallacies) আৰু অত্যুক্তি (informal fallacies) অথবা বক্তব্যৰ সামঞ্জস্যহীনতা।
Syllogistic fallacies
- হোজাৰ সত্যনিষ্ঠা Argument from ignorance (appeal to ignorance, argumentum ad ignorantiam)
- নজনাৰ গলগ্ৰহ (Argument from (personal) incredulity (divine fallacy, appeal to common sense)
- পেঘেনিয়াই নাথাক Argument from repetition (argumentum ad nauseam)
- অদৃষ্ট দৰ্শন Argument from silence (argumentum e silentio)
- মাংগলিক মধ্যমাৱস্থান Argument to moderation (false compromise, middle ground, fallacy of the mean, argumentum ad temperantiam)
- ব্যক্তিত্বত আক্ৰমণ Argumentum ad hominem
- লক্ষ্যধাৰী যুক্তিবাণ Begging the question (petitio principii)
- আপোনাৰ গৰজ (shifting the) Burden of proof
- মই জনাটো এইযে Confirmation bias (also called confirmatory bias or myside bias)
- ঘূৰাই পকাই একে কথা Circular reasoning (circulus in demonstrando)
- ৰাতি হ’লে বেলি ডুবা Circular cause and consequence
- যুক্তিবানৰ বানানত নানান ভুল ধৰা Continuum fallacy (fallacy of the beard, line-drawing fallacy, sorites fallacy, fallacy of the heap, bald man fallacy)
- Correlative-based fallacies
- এন্ধাৰত ৰাতি হোৱা Correlation proves causation (cum hoc ergo propter hoc)
- খুঁচৰি থকাৰ দৰকাৰ নাই Suppressed correlative
- অনেকাৰ্থন। অশ্বত্থামা নৰগজ Equivocation
- মধ্যপদত অনেকাৰ্থ Ambiguous middle term
- গাঁৱলীয়া মানুহৰ কথা Ecological fallacy
- ৰান্ধনিশালৰ মহাৰাজ Etymological fallacy
- এডাল চুলি পকিলেই বুঢ়়া Fallacy of composition
- একে বৃক্ষৰ সুমিষ্ট ফল Fallacy of division
- খাইনে পিন্ধে False dilemma (false dichotomy, fallacy of bifurcation, black-or-white fallacy)
- কুটিল প্ৰশ্ন Fallacy of many questions (complex question, fallacy of presupposition, loaded question, plurium interrogationum)
- লংকালৈ গলেই ৰাৱণ Fallacy of the single cause
- দৃষ্টিতে সৃষ্টি, মনে সজা যুক্তিবাণ False attribution
- উদ্ধৃতিৰ উৰ্ধত সৃষ্ট উক্তি Fallacy of quoting out of context (contextomy)
- বিশেষজ্ঞৰ বিশেষ অজ্ঞতা False authority (single authority)
- জুৱাৰীৰ জয় প্ৰতীক্ষা Gambler's fallacy
- বুৰঞ্জীবিদৰ ৰাজসাক্ষাৎ Historian's fallacy
- লংকাপতি ৰামচন্দ্ৰৰ জয় If-by-whiskey
- অসম্পূৰ্ণ তুলনা Incomplete comparison
- Inconsistent comparison
- লক্ষভ্ৰষ্ট যুক্তিবাণ Ignoratio elenchi (irrelevant conclusion, missing the point)
- বাচন কোবোৱা Kettle logic
- অসংলগ্ন সংঘটনৰ পৰিসংখ্যা সজা, অজান কাৰণ বাদ পৰা Ludic fallacy
- মোৰ মনে যি মানে বা নামানে। মোৰ পৃথিৱীত সত্য Mind projection fallacy
- মই মহানুভাৱে কৈছোঁ Moral high ground fallacy
- বিবেকে বিচৰাত সত্যসন্ধান (Moralistic fallacy
- ফুটা কলহত পানী ঢলা Moving the goalposts (raising the bar)
- প্ৰকৃতিয়ে বিচৰাত সত্যসন্ধান Naturalistic fallacy
- প্ৰকৃতিয়ে নিবিচৰাত অসম্ভৱ Naturalistic fallacy fallacy
- জীৱিতাৱস্থাত মোক্ষপদ লাভৰ চেষ্টা Nirvana fallacy (perfect solution fallacy)
- বিয়াগোম যুক্তিবাণত ধৰাসায়ী Proof by verbosity (argumentum verbosium, proof by intimidation)
- ভুলতে দায় সৰোৱা Prosecutor's fallacy
- প্ৰমাণ টনা Proving too much
- মনোবিজ্ঞানীৰ মনৰ কথা Psychologist's fallacy
- চালে বেৰে কোবোৱা অপলাপ, কথা সলোৱা Red herring
- ভেকুলীৰ বিয়া পাতি বৰষুণ অনা Regression fallacy
- ঈশ্বৰৰ ইচ্ছাতে হোৱা Retrospective determinism
- যুক্তিবাণৰ বৰষুণত জৰ্জৰ কৰ Shotgun argumentation
- এৰা ধৰাৰ মাজেৰে Special pleading
- বিপৰীত বাণ Wrong direction
- কূট
- ভ্ৰম
- মিছলীয়া কূট
- ↑ কলিতা, ড॰ মৃণাল (দশম সংখ্যা; মাৰ্চ ২০১৭). "কূট আৰু ভ্ৰান্তিৰ জগতখন". বাৰ ওঠৰ (পানবজাৰ, গুৱাহাটী: সৰস্বতী প্ৰকাশন).