শ্ৰী কান্তিৰাভা ষ্টেডিয়াম | |
পূৰ্বৰ নাম | চাম্পাঙ্গি ষ্টেডিয়াম |
---|---|
স্থান | বেংগালুৰু, ভাৰত |
স্বত্বাধিকাৰী | কৰ্ণাটক চৰকাৰৰ যুৱ সশক্তিকৰণ আৰু ক্ৰীড়া বিভাগ |
আসন ক্ষমতা | ২৫,৮১০ |
স্থাপিত | ১৯৮৯ |
ভাড়াতীয়া | |
ভাৰতীয় জাতীয় ফুটবল দল(১৯৮৪-) বেংগালুৰু এফচি(২০১৪-) |
শ্ৰী কান্তিৰাভা ষ্টেডিয়াম ৰাজ্যৰ[কোনটো/কোনখন?] প্ৰধান বহুমুখী ষ্টেডিয়াম। ইয়াক মূলতঃ ফুটবল খেলাৰ বাবে ব্যৱহাৰ কৰা হয়। বেংগালুৰুৰ সম্পাংগী ৰামা নগৰাৰ সমীপত অৱস্থিত এই ষ্টেডিয়াম।[1]
এই খেলপথাৰত ভাৰতীয় জাতীয় ফুটবল দলৰ ঘৰুৱা দুখন খেল অনুষ্ঠিত হয় ৷ এটা কিৰ্গিস্তানৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ বিৰুদ্ধে আৰু আনটো মাকাউৰ বিৰুদ্ধে। দুয়োখন খেলতে ভাৰতে জয়লাভ কৰে।