স্তন সংগম হৈছে এক নন-পেনেট্ৰেটিভ যৌন কাৰ্য্য য'ত মহিলাই পুৰুষৰ লিংগটো স্তনৰ মাজত ঠেলি দি যৌন কাৰ্য্য সম্পূৰ্ণ কৰে। [1]
এই অংশটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
স্তন সংগমত পুৰুষে নিজৰ লিংগটো মাইকীজনীৰ স্তনৰ মাজত ৰাখে, তাৰ পিছত যেতিয়া মাইকীজনীয়ে লিংগৰ কাষৰ স্তনদ্বয় চেপি ধৰে, তেতিয়া মতাটোৱে নিজৰ লিংগটো স্তনৰ মাজত লৰচৰ কৰে। স্তন চেপি ধৰাৰ ফলত লিংগত উত্তেজনাৰ হয়। আৰু যেতিয়া মহিলাগৰাকীয়ে লিংগৰ লগত স্তন সংলগ্ন কৰি ওপৰলৈ তললৈ মোহাৰিবলৈ আৰম্ভ কৰে, তেতিয়া অধিক তীব্ৰ যৌন উত্তেজনাৰ সৃষ্টি হয়। কেতিয়াবা উত্তেজনা ইমানেই চৰম সীমাত উপনীত হয় যে পুৰুষৰ লিংগৰ পৰা বীৰ্যস্খলন হয়। ই এক অবিভাজিত যৌন কাৰ্য্য আৰু ইয়াত গৰ্ভধাৰণৰ কোনো সম্ভাৱনা নাই। কোনো ধৰণৰ যৌন সংক্ৰামক ৰোগ হোৱাৰ সম্ভাৱনা নাই৷[উদ্ধৃতিৰ প্ৰয়োজন]
স্তন সঙ্গম প্ৰাকৃতিকভাৱে ডাঙৰ স্তন থকা মহিলাৰ বাবে উপযুক্ত, কিন্তু সৰু স্তন থকা মহিলাই ওপৰত থকা বাঞ্ছনীয়।[2] মহিলাৰ সৰু স্তন, ডাঙৰ স্তনতকৈ বেছি সংবেদনশীল হৈ থাকে।[3]
স্তন যৌন সম্পৰ্কৰ বাবে ব্যৱহৃত ইংৰাজী অশ্লীল শব্দ সমূহ হ'ল:
ৱিকিমিডিয়া কমন্সত স্তন সংগম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |