ৱিকিমেনিয়া | |
---|---|
![]() | |
স্থিতি | সক্ৰিয় |
অৱস্থান | হংকং, চীন (২০১৩) ৱাছিংটন ডি চি, আমেৰিকা (২০১২) হাইফা, ইজৰাইল (২০১১) গডনস্ক, পোলেণ্ড (২০১০) বুয়েনোচ আইৰেচ, আৰ্জেণ্টিনা (২০০৯) আলেকজেন্দ্ৰিয়া, ইজিপ্ত (২০০৮) টাইপেই, টাইৱান (২০০৭) কেম্ব্ৰিজ, মাছুচেটাচ (২০০৬) ফ্ৰেংফুট, জাৰ্মানী (২০০৫) |
প্ৰথম সন্মিলন | ২০০৫ |
আয়োজক | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
আধিকাৰিক ৱেবছাইট | wikimania.wikimedia.org |
ৱিকিমেনিয়া (ইংৰাজী: Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত মূলতঃ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহ, অন্য ৱিকি, মুক্ত উৎসৰ ছফ্টৱেৰ, মুক্ত জ্ঞান আৰু মুক্ত সমল, আৰু এই বিষয়সমূহৰ লগত জড়িত বিভিন্ন সামাজিক আৰু কাৰিকৰী দিশবোৰৰ বিষয়ে আলোচনা কৰা হয়।
সন্মিলন | তাৰিখ | স্থান | মহাদেশ | উপস্থিতি | প্ৰেজেণ্টেচনবোৰৰ সংগ্ৰহ |
---|---|---|---|---|---|
ৱিকিমেনিয়া ২০০৫ | ৫-৭ আগষ্ট | ![]() |
![]() |
স্লাইড, ভিডিঅ’ | |
ৱিকিমেনিয়া ২০০৬ | ৪-৬ আগষ্ট | ![]() |
![]() |
স্লাইড আৰু পেপাৰ, ভিডিঅ’ | |
ৱিকিমেনিয়া ২০০৭ | ৩-৪ আগষ্ট | ![]() |
![]() |
কমন্সত গেলাৰী | |
ৱিকিমেনিয়া ২০০৮ | ১৭-১৯ জুলাই | ![]() |
![]() |
সাৰাংশ, স্লাইড,ভিডিঅ’ | |
ৱিকিমেনিয়া 2009 | ২৬-২৮ আগষ্ট | ![]() |
![]() |
স্লাইড, ভিডিঅ’ | |
ৱিকিমেনিয়া ২০১০ | ৯-১১ জুলাই | ![]() |
![]() |
স্লাইড | |
ৱিকিমেনিয়া ২০১১ | ৪-৭ আগষ্ট | ![]() |
![]() |
স্লাইড, ভিডিঅ’ | |
ৱিকিমেনিয়া ২০১২ | ১২-১৫ জুলাই | ![]() |
![]() |
||
ৱিকিমেনিয়া ২০১৩ | ৭-১১ আগষ্ট | ![]() |
![]() |
![]() |
ৱিকিমিডিয়া কমন্সত ৱিকিমেনিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |