অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ | |
---|---|
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ১৯৪৮ |
বিলুপ্তি | ১৯৭১ |
ৰাজনৈতিক মতাদৰ্শ | হিন্দুত্ব হিন্দু জাতীয়তাবাদ হিন্দু সংহিতা বিধেয়ক বিৰোধী |
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ (ইংৰাজী: Akhil Bharatiya Ram Rajya Parishad : সংক্ষিপ্ত: RRP) স্বামী কৰপাত্ৰীয়ে ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা এটা ভাৰতীয় হিন্দু জাতীয়তাবাদী ৰাজনৈতিক দল আছিল।[1] লোকসভাৰ নিৰ্বাচনত ৰামৰাজ্য পৰিষদে ১৯৫২ চনৰ তিনিখন আৰু ১৯৬২ চনত দুখন আসন লাভ কৰে।[2] ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনত বিধানসভাৰ কেইবা ডজনো আসন লাভ কৰিছিল; সকলোবোৰ হিন্দী বেল্টৰ আসন আৰু বেছিভাগেই ৰাজস্থানৰ। আন হিন্দুত্বভিত্তিক দলসমূহৰ দৰে ৰামৰাজ্য পৰিষদেও ভাৰতত হিন্দু সংহিতা বিধেয়কসমূহ কাৰ্যকৰী কৰাৰ বিৰুদ্ধে যুঁজিছিল।[3] অৱশেষত এই দলটো ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী জনসংঘত একত্ৰিত হয়।[3]
বৰ্ষ | লোকসভা | নেতা | লাভ কৰা আসন | আসনৰ পৰিবৰ্তন | শতাংশ
(ভোটৰ) |
ভোটৰ হ্ৰাস-বৃদ্ধি | লাভ কৰা ভোটৰ সংখ্যা | ফলাফল |
---|---|---|---|---|---|---|---|---|
১৯৫২ | ১ম লোকসভা | স্বামী কৰপাত্ৰী | ৩ | নৱগঠিত | ১.৯৭% | নৱগঠিত | ২০.৯১,৮৯৮ | |
১৯৫৭ | ২য় লোকসভা | ০ | 3
|
০.৩৮% | ১.৫৯% | ৪,৬০,৮৩৮ | ||
১৯৬২ | ৩য় লোকসভা | ২ | 2
|
০.৬০% | ০.২২% | ৬,৮৮,৯৯০ |