আইজল | |
---|---|
ৰাজধানী | |
![]() আইজল চহৰ ঘড়ীৰ কাঁটাৰ দিশত ওপৰৰ বাওঁফালৰপৰা: পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ, ছল'ম'নৰ মন্দিৰ, আইজল বজাৰ, নিশাৰ ভাগত আইজল, লেংপুই বিমান বন্দৰৰ ভৱন | |
![]() | |
দেশ | ![]() |
ৰাজ্য | মিজোৰাম |
জিলা | আইজল |
চৰকাৰ | |
• পৰিচালনা | আইজল পৌৰসভা |
• মেয়ৰ | পি.চি. লাহমিংথাঙা (মিজো নেচনেল ফ্ৰ'ণ্ট) |
কালি | |
• মুঠ |
457 km2 (176 sq mi) |
উচ্চতা | ১,১৩২ মিটাৰ (৩,৭১৪ ফুট) |
জনসংখ্যা (২০১১) | |
• মুঠ |
২৯৩৪১৬ |
• ঘনত্ব | 234/km2 (610/sq mi) |
আইজল (ইংৰাজী: Aizawl; ইংৰাজী ভাষাউচ্চাৰণ: /aɪˈzɔːl/;[2] মিজো: [ˈʌɪ̯.ˈzɔːl] ( শুনক)) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে[3] ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।
![]() |
ৱিকিমিডিয়া কমন্সত আইজল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|