নগৰ | |
উজ্জয়ন্ত প্ৰাসাদ (ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়) ত্ৰিপুৰা বিধানসভা মহাৰাজ বীৰ বিক্ৰম বিমানবন্দৰ আগৰতলা ৰেল ষ্টেচন | |
দেশ | ![]() |
ৰাজ্য | ত্ৰিপুৰা |
জিলা | পশ্চিম ত্ৰিপুৰা |
চৰকাৰ | |
• ধৰণ | পৌৰ নিগম |
• পৰিচালনা | আগৰতলা পৌৰ নিগম |
• মেয়ৰ | দীপক মজুমদাৰ[1] |
• পৌৰ আয়ুক্ত | শৈলেশ কুমাৰ যাদৱ, আইএএছ[2] |
কালি | |
• মুঠ |
76.504 km2 (29.538 sq mi) |
উচ্চতা | ১২.৮০ মিটাৰ (৪১.৯৯ ফুট) |
জনসংখ্যা (2011)[3] | |
• মুঠ |
4,00,004 |
• ঘনত্ব | 5,200/km2 (14,000/sq mi) |
আগৰতলা (বঙালী: আগরতলা; ইংৰাজী: Agartala, /ˌʌɡərtəˈlɑː/)[5] হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চহৰ। চহৰখন আগৰতলা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখন ত্ৰিপুৰা চৰকাৰৰ আসন। ই বাংলাদেশ সীমান্তৰ ওচৰৰ হাওৰা নদীৰ পাৰত, বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৫ মাইল) পূবত আৰু ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰা প্ৰায় ২,৪৯৯ কিলোমিটাৰ (১,৫২২ মাইল) দূৰত[6] পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত। ভাৰত চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি স্মাৰ্ট চিটি মিছনৰ অধীনত আগৰতলা বিকশিত কৰা হৈ আছে। আগৰতলা মুম্বাই আৰু চেন্নাইৰ পিছত ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে।[7]
"আগৰতলা" শব্দটো দুটা বঙালী শব্দৰ পৰা উদ্ভৱ হৈছে, যথা আগৰ আৰু তলা। আগৰ হৈছে একুইলাৰিয়া গণৰ এটা মূল্যৱান সুগন্ধি আৰু ধূপ গছ। আনহাতে, তলা শব্দৰ অৰ্থ হৈছে তলত। অৰ্থাৎ তলা প্ৰত্যয়টোৱে অঞ্চলটোৰ আগৰ গছৰ ঘনত্ব বুজায়।
ত্ৰিপুৰাৰ প্ৰাচীনতম ৰজাসকলৰ ভিতৰত খ্ৰীষ্টপূৰ্ব ১৯০০ ত পাটাৰ্দান নামেৰে এজন ৰজা আছিল। লোককথা অনুসৰি, চিত্ৰৰথ, দ্ৰিকপতি, ধৰ্মফা, লোকনাথ জীৱনধৰণ আদি আগৰতলাত খ্ৰীঃৰ সময়ত গুৰুত্বপূৰ্ণ ৰজা আছিল।[8]
অতীজতে ত্ৰিপুৰাত কেইবাখনো হিন্দু শাসকে ৰাজত্ব কৰিছিল। যদিও শাসকসকলৰ সময়ৰেখা পোৱা হোৱা নাই, ৰেকৰ্ডসমূহে প্ৰকাশ কৰে যে অঞ্চলটো প্ৰায় ১৭৯জন হিন্দু শাসকে শাসন কৰিছিল। পৌৰাণিক ৰজা দ্ৰহ্যৰ পৰা আৰম্ভ কৰি ত্ৰিপুৰাৰ অন্তিম ৰজা কিৰিট বিক্ৰম কিশোৰ মাণিক্যলৈকে। ত্ৰিপুৰাও মোগল শাসনৰ অধীনলৈ আহিছিল। ৰাজ্যখন ১৮০৮ চনত ব্ৰিটিছৰ শাসনৰ অধীনলৈ আহে।[9]
আগৰতলা হাওৰা নদীৰ কাষৰ এখন সমভূমিত অৱস্থিত, অৱশ্যে চহৰখন ইয়াৰ উত্তৰ অংশৰ তলৰ পাহাৰবোৰলৈকে বিস্তৃত।
Agartala (1981–2010, extremes 1953–present)ৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 32.2 (90.0) |
35.1 (95.2) |
38.9 (102.0) |
41.5 (106.7) |
42.2 (108.0) |
40.2 (104.4) |
37.7 (99.9) |
37.2 (99.0) |
37.6 (99.7) |
36.5 (97.7) |
34.8 (94.6) |
33.1 (91.6) |
42.2 (108.0) |
গড় উষ্ণতা - উচ্চ °C (°F) | 25.2 | 28.2 | 31.7 | 32.9 (91.2) |
32.6 (90.7) |
32.3 (90.1) |
31.6 (88.9) |
32.2 (90.0) |
31.8 (89.2) |
31.4 (88.5) |
29.6 (85.3) |
26.6 (79.9) |
30.5 (86.9) |
গড় উষ্ণতা - নিম্ন °C (°F) | 10.5 (50.9) |
13.9 (57.0) |
18.9 (66.0) |
22.4 (72.3) |
23.4 (74.1) |
25.2 (77.4) |
25.2 (77.4) |
25.2 (77.4) |
24.6 (76.3) |
22.4 (72.3) |
17.1 (62.8) |
12.1 (53.8) |
20.1 (68.2) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | 3.3 (37.9) |
4.7 (40.5) |
9.4 (48.9) |
14.2 (57.6) |
16.1 (61.0) |
19.5 (67.1) |
21.3 (70.3) |
20.8 (69.4) |
21.1 (70.0) |
14.6 (58.3) |
9.2 (48.6) |
2.0 (35.6) |
2.0 (35.6) |
বৰ্ষাপাত mm (ইঞ্চি) | 7.6 (0.299) |
22.1 (0.87) |
69.8 (2.748) |
180.4 (7.102) |
362.9 (14.287) |
373.0 (14.685) |
344.0 (13.543) |
258.2 (10.165) |
225.1 (8.862) |
167.7 (6.602) |
36.2 (1.425) |
11.0 (0.433) |
2,057.5 (81.004) |
% আৰ্দ্ৰতা | 71 | 60 | 57 | 67 | 74 | 81 | 82 | 82 | 84 | 83 | 81 | 78 | 75 |
Avg. rainy days | 0.8 | 2.1 | 3.3 | 7.9 | 13.3 | 14.9 | 15.8 | 14.9 | 12.2 | 7.1 | 1.2 | 0.7 | 94.3 |
উৎস: India Meteorological Department[10][11][12] |
Agartala | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
জলবায়ু তালিকা (ব্যাখ্যা) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
![]() |
ৱিকিমিডিয়া কমন্সত আগৰতলা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
<ref>
টেগ;
Census2011Gov
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই