![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
আচ্ছাদন তন্ত্ৰ | |
---|---|
![]() চালৰ বিভিন্ন তৰপসমূহ | |
চিনাক্তকাৰক | |
MeSH | D034582 |
TA98 | A16.0.00.001 |
TA2 | 7040 |
TH | সাঁচ:TerminologiaHistologica |
FMA | 72979 |
দেহতাত্ত্বিক পৰিভাষা |
আচ্ছাদন তন্ত্ৰ হৈছে এক অংগ তন্ত্ৰ যি জীৱদেহক পানীৰ অৱক্ষয় বা বাহ্যিক আঘাট আদিৰ পৰা ৰক্ষা কৰে।[1] চৰ্ম বা চাল আৰু ইয়াৰ উপাংগ (নোম বা চুলি, বাকলি, পাখি আৰু নখ আদি) সমূহৰ দ্বাৰা এই তন্ত্ৰ গঠিত হৈছে।[2] আচ্ছাদন তন্ত্ৰই বিভিন্ন কাৰ্য সমাপন কৰে; জলৰোধক হিচাপে কাম কৰে, ভিতৰৰ কলাবোৰক সুৰক্ষা দিয়ে, বৰ্জ্য পদাৰ্থ নিষ্কাশন কৰে, উষ্ণতা নিয়ন্ত্ৰণ কৰে, আৰু সংবেদন তন্ত্ৰক বিষ, সংবেদন, চাপ, আৰু তাপ অনুভৱ কৰোৱাই। তাৰোপৰি চালে সূৰ্যৰ ৰশ্মিৰ পৰা ভিটামিন-ডি আহৰণ কৰিবও পাৰে।
চাল হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। মানুহৰ মুঠ ওজনৰ শতকৰা ১২ৰ পৰা ১৫ শতাশই চাল আৰু ইয়াৰ মুঠ পৃষ্ঠকালি ১.৫ মি.২[3] ই জীৱক তাৰ পাৰিপাৰ্শ্বিকতাৰ পৰা পৃথক আৰু ৰক্ষা কৰে। সেমেকা ঠাই আৰু পানীত বাস কৰা ক্ষুদ্ৰ জীৱবোৰে চালৰ বাহিৰৰ তৰপেদি শ্বসন কাৰ্য সম্পন্ন কৰে।