আছাদুদ্দিন ওৱাইছি | |
---|---|
ব্যক্তিগত তথ্য | |
জন্ম | ১৩ মে ১৯৬৯ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন |
বাসস্থান | ভাৰত |
আছাদুদ্দিন ওৱাইছি এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন দলৰ সভাপতি।[1] হায়দৰাবাদৰ পৰা লোকসভাৰ সদস্য হিচাপে ৫ বাৰকৈ নিৰ্বাচিত হৈছে।