আজম টেলিঘানী

আজম টেলিঘানী
ইৰাণ সংসদ
কাৰ্যকাল
২৮ মে' ১৯৮০ – ২৮ মে' ১৯৮৪
সমষ্টি তেহৰাণ, ৰেয়, শেমাৰিনাট আৰু এছলামশ্বাৰ
সংখ্যা গৰিষ্ঠতা ১,১০৮,৬৫৩ (৫১.৯%)
ব্যক্তিগত তথ্য
জন্ম ১৯৪৩
তেহৰাণ
মৃত্যু ৩০ অক্টোবৰ, ২০১৯ (৭৬ বছৰ)
তেহৰাণ, ইৰান
ৰাজনৈতিক দল ইছলামিক বিপ্লৱৰ মহিলা সমাজ[1]
আন ৰাজনৈতিক
সম্পৰ্ক
ইৰাণৰ জাতীয়তাবাদী-ধৰ্মীয় কৰ্মী পৰিষদ
দাম্পত্যসঙ্গী মৰ্টেজা এটছেয়দ (২০১৭ চনত মৃত্যু)
সম্বন্ধীয় মাহমুদ টেলিঘানী (পিতৃ)
জীৱিকা ৰাজনীতিক, সাংবাদিক

আজম তালেঘানী (ইংৰাজী: Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী,[2] ''পায়াম-ই-হাজাৰ'' সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ইৰাণত জন্মগ্ৰহণ কৰা তালেঘানী আছিল আয়াতুল্লাহ মাহমুদ তালেঘানীৰ কন্যা। পাহলৱী শাসনৰ সময়ত তেওঁ কাৰাগাৰত কটাবলগীয়া হৈছিল।[4] ইৰাণী বিপ্লৱৰ পিছত তেওঁ ইৰাণৰ সংসদৰ সদস্য আছিল৷ তেওঁ "জামে'ই জানান মোছালমান" (মুছলমান মহিলাৰ সমাজ) প্ৰতিষ্ঠা কৰিছিল আৰু মহিলা আৰু নাৰীৰ অধিকাৰৰ বিষয়ে ইছলামিক আলোচনী পাইয়াম ই হাজাৰ উইকলি প্ৰকাশ কৰিছিল।[3] ২০০৩ চনত তেওঁ জাহৰা কাজেমীৰ মৃত্যুৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে।[2][5] ২০০১ আৰু ২০০৯ চনত তালেঘানীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব দাখিল কৰে যদিও সকলো মহিলাৰ প্ৰাৰ্থীৰ দৰেই ইৰাণৰ গাৰ্ডিয়ান কাউন্সিলে তেওঁৰ প্ৰাৰ্থীত্বও নাকচ কৰে।[6][7]

তেওঁৰ ৰাজনৈতিক আদৰ্শই "বিপ্লৱী ইছলামবাদৰ প্ৰগতিশীল ব্ৰেণ্ড"ৰ সমৰ্থন কৰিছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "List of Legally Registered Parties in Iran". Khorasan Newspaper. Pars Times. July 30, 2000. পৃষ্ঠা: 4. http://www.parstimes.com/politics/legally_registered_parties.html। আহৰণ কৰা হৈছে: 21 August 2015. 
  2. 2.0 2.1 Iran: Sit-in by Azam Taleghani in front of Evin prison
  3. 3.0 3.1 فرخ‌زاد، پوران (Pooran Farrokhzad). کارنمای زنان کارای ایران (از دیروز تا امروز). تهران: نشر قطره، ۱۳۸۱، আই.এচ.বি.এন. 9643411168، 533.
  4. همایش یکصدمین سال تولد مهندس بازرگان
  5. تحصن اعظم طالقانی در مقابل زندان اوین Archived June 27, 2009, at the Wayback Machine
  6. گفتگوی خبرنگاران ترک با اعظم طالقانی Archived June 30, 2009, at the Wayback Machine
  7. "اعظم طالقانی کاندیدای جدید ریاست جمهوری". Archived from the original on 2011-07-10. https://web.archive.org/web/20110710193702/http://www.entekhabnews.com/portal/index.php?news=2110। আহৰণ কৰা হৈছে: 2009-04-17. 
  8. Azizi, Arash (November 2019). "Azam Taleghani, Defiant Would-Be President of Iran, Dies at 76". The New York Times. https://www.nytimes.com/2019/11/01/world/azam-taleghani-dead.html.