![]() | |
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | আজাৰবাইজানী |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | az.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
আজাৰবাইজানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ আজাৰবাইজানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,০৩,৭৩৩ প্ৰবন্ধ আছে।
২০২৫ চনত আজাৰবাইজানী ৱিকিপিডিয়াৰ ২,০৩,৭৩৩ টা প্ৰবন্ধ, ৩,০৯,০০০ গৰাকী সম্পাদক, ১৩ গৰাকী প্ৰশাসক আৰু ১৪,৯০৭ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮০,৯৭,৮৪৭।[1]
|