![]() | এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল | |
---|---|
![]() | |
জন্ম | ৩ মাৰ্চ ১৮৪৭ ইংলেণ্ডৰ এডিনবাৰ্গ |
মৃত্যু | ২ আগষ্ট ১৯২২ |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ |
উল্লেখযোগ্য বঁটা | #১৮৮৩ চনত নেচনেল অকাডেমী অৱ চাইন্সৰ সদস্য পদ লাভ।
|
আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল (ইংৰাজী: Alexander Graham Bell) হৈছে বিজ্ঞানী আৰু উদ্ভাৱক।
১৮৪৭ চনৰ ৩ মাৰ্চত ইংলেণ্ডৰ এডিনবাৰ্গ চহৰত আলেকজেণ্ডাৰ গ্ৰাহাম বে'লৰ জন্ম হয়।[1]তেখেতৰ পিতৃৰ নাম আলেকজেণ্ডাৰ মেলভিল বে'ল আৰু মাতৃৰ নাম এলিজা গ্ৰেইস সাইমন্ডস বে'ল।
গ্ৰাহাম বে'লে এডিনবাৰ্গ স্কুল আৰু পিছলৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। পৰৱৰ্তী সময়ত ইয়াতেই স্নাতক ডিগ্ৰী লাভ কৰি লণ্ডন বিশ্ববিদ্যালয়ত নাম লগায়।[2] শেষত জাৰ্মানীৰ উজবাৰ্গ বিশ্ববিদ্যালয় পৰা তেওঁ ডক্টৰেট উপাধি লাভ কৰে।[3]
উদ্ভাৱক আৰু বিজ্ঞানী হিচাপে তেওঁ কৰ্মজীৱন আগবঢ়ায়।
প্ৰথম টেলিফোন আৱিষ্কাৰক হিচাপে খ্যাত। ১৮৭৬ চনৰ জানুৱাৰী মাহত গ্ৰাহাম বে'লে টেলিফোন যন্ত্ৰ আবিষ্কাৰ কৰি উলিয়াই।[4]
১৯২২ চনত দুই আগষ্ট তাৰিখে গ্ৰাহাম বে'লৰ মৃত্যু হয়।[5]