আহমেদাবাদ
Ahmedabad અમદાવાદ | |
---|---|
![]() ঘড়ী কাঁটাৰ দিশত ক্ৰমে: সাবৰমতী আশ্ৰমত থকা গান্ধী স্মাৰক সংগ্ৰাহলয়, আহমেদাবাদ ৰে'ল ষ্টেশ্যন, চিইপিটি বিশ্ববিদ্যালয়, কংকৰীয়া হ্ৰদ আৰু হঠীছিং মন্দিৰত থকা কীৰ্তি স্তম্ভ | |
দেশ | ![]() |
ৰাজ্য | গুজৰাট |
জিলা | আহমেদাবাদ |
স্থাপন | * ১১ শতিকাত অশ্বাৱল হিচাপে
|
চৰকাৰ | |
• ধৰণ | মেয়ৰ–কাউঞ্চিল |
• পৰিচালনা | এএমচি |
• মেয়ৰ | বিজল পেটেল (বিজেপি)[1] |
• Deputy Mayor | Dinesh Makwana[2] |
• Municipal commissioner | বিজয় নেহেৰা |
কালি | |
• মহানগৰ |
464.16 km2 (179.21 sq mi) |
• স্থান | গুজৰাটৰ প্ৰথম |
উচ্চতা | ৫৩ মিটাৰ (১৭৪ ফুট) |
জনসংখ্যা | |
• মহানগৰ |
56,33,927 |
• স্থান | 5th |
• ঘনত্ব | 12,000/km2 (31,000/sq mi) |
• নগৰ | 63,57,693 |
উৎস: ভাৰতৰ লোকপিয়ল[6] |
আহমেদাবাদ ভাৰতৰ গুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ সৈতে ই ভাৰতৰ সপ্তম বৃহত্তৰ মেট্ৰ'প'লিটান এলেকা।[8][9] আহমেদাবাদ সাবৰমতী নদীৰ পাৰত, গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ পৰা ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰৈত অৱস্থিত।