আহোম (ইউনিকড ব্লক)

আহোম
পৰিসৰ‌ U+11700..U+1174F
(৮০ ক'ড বিন্দু)
Plane SMP
লিপি আহোম লিপি
প্ৰধান বৰ্ণ Ahom
ব্যৱহৃত ৫৭ ক'ড বিন্দু
অব্যৱহৃত ২৩ সংৰক্ষিত ক'ড বিন্দু
ইউনিক'ড সংস্কৰণৰ ইতিহাস
৮.০ 57 (+57)
১১.০ 58 (+1)
টোকা: The Ahom block was expanded by 16 code points in Unicode 14.0.[1][2]

আহোম হৈছে এক ইউনিকড ব্লক য' ত আহোম বৰ্ণমালা লিখিবলৈ ব্যৱহৃত আখৰ আছে, যিটো অসমৰ টাই-আহোম সকলে আহোম ভাষা লিখিবলৈ ব্যৱহাৰ কৰে।[3]

ইউনিক 'ড সংস্কৰণ ১৪.০ (সংস্কৰণ ১৩: → সংস্কৰণ ১৫:) ত ব্লকৰ আকাৰ ১৬টা কোড পইণ্টৰ দ্বাৰা সম্প্ৰসাৰিত কৰা হৈছিল আৰু আৰু ৭টা আখৰ সংজ্ঞায়িত কৰা হৈছিল।[4] 1173F1174F ইউনিক 'ড সংস্কৰণ 1.1-ৰ পিছত এইটোৱেই আছিল প্ৰথম সম্প্ৰসাৰিত ব্লক।

আহোম[1][2]
আনুষ্ঠানিক কনছ'ৰ্টিয়াম কোড চাৰ্ট (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+1170x 𑜀 𑜁 𑜂 𑜃 𑜄 𑜅 𑜆 𑜇 𑜈 𑜉 𑜊 𑜋 𑜌 𑜍 𑜎 𑜏
U+1171x 𑜐 𑜑 𑜒 𑜓 𑜔 𑜕 𑜖 𑜗 𑜘 𑜙 𑜝 𑜞 𑜟
U+1172x 𑜠 𑜡 𑜢 𑜣 𑜤 𑜥 𑜦 𑜧 𑜨 𑜩 𑜪 𑜫
U+1173x 𑜰 𑜱 𑜲 𑜳 𑜴 𑜵 𑜶 𑜷 𑜸 𑜹 𑜺 𑜻 𑜼 𑜽 𑜾 𑜿
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ৮.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে

বুৰঞ্জী

[সম্পাদনা কৰক]

নিম্নলিখিত ইউনিক 'ড-সম্পৰ্কীয় নথিপত্ৰসমূহে আহোম ব্লকত নিৰ্দিষ্ট আখৰসমূহ সংজ্ঞায়িত কৰাৰ উদ্দেশ্য আৰু প্ৰক্ৰিয়া লিপিবদ্ধ কৰিছেঃ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Unicode character database". The Unicode Standard. https://www.unicode.org/ucd/। আহৰণ কৰা হৈছে: 2023-07-26. 
  2. "Enumerated Versions of The Unicode Standard". The Unicode Standard. https://www.unicode.org/versions/enumeratedversions.html। আহৰণ কৰা হৈছে: 2023-07-26. 
  3. Hosken, Martin; Morey, Stephen (2012-10-23). "N4321R: Revised Proposal to add the Ahom Script in the SMP of the UCS". Working Group Document, ISO/IEC JTC1/SC2/WG2. https://www.unicode.org/L2/L2012/12309r-n4321r.pdf. 
  4. "BETA Unicode 14.0.0". The Unicode Standard. https://www.unicode.org/versions/beta-14.0.0.html। আহৰণ কৰা হৈছে: 17 September 2022.