এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
আৰ.এফ.এ.চুলিপ্ৰুধোম | |
---|---|
জন্ম | সাঁচ:১৮৩৯ [[]] |
পেচা | পেৰিচ |
আৰ.এফ.এ.চুলি প্ৰুধোম (ইংৰাজী: René François Armand (Sully) Prudhomme) হৈছে এগৰাকী দাৰ্শনিক কবি। ১৯০১ চনত তেওঁ প্ৰথম নোবেল বটা বিজয়ী লেখক। তেখেতৰ প্ৰকৃত নাম আছিল ফ্ৰাংকোইজ আৰ্মান চুলিপ্ৰুধোম।
১৮৩৯ চনত পেৰিচত চুলি প্ৰুধোমৰ জন্ম হয়। দুই বছৰ বয়সতে তেওঁ দেউতাকক হেৰুৱাই আৰু মাক আৰু ককাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়।[1]
ছাত্ৰ হিছাপে চুলি বেছ মেধাৱী আছিলে। অংক আছিলে তেওঁৰ প্ৰিয় বিষয়। বিশ্ববিদ্যালয়ৰ পৰা উচ্চ গণিতত স্নাতক ডিগ্ৰীৰ লোৱাৰ পিছত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ যায়। হঠাত তেওঁ ৰ ৰোগগ্ৰস্থ হৈ পৰাত পঢ়া শুনা বাদ দিব লগা হয়। সেইবাবে ইঞ্জিনীয়াৰিং ৰ চূড়ান্ত ডিগ্ৰী লব নোৱাৰিলে।
তেওঁ নোটাৰী অফিচত চাকৰি কৰি নিজৰ কৰ্ম জীৱনৰ পাতনি মেলিছিল।[2]
১৯০১ চনত তেখেতে নোবেল বঁটা পাবলৈ সক্ষম হয়।
১৯০১ চনত ৭ ছেপ্টেম্বৰত চুলিপ্ৰুধোমৰ মৃত্যু হয়।[5]