আৰ আৰ আৰ | |
---|---|
পৰিচালক | এছ এছ ৰাজামৌলী |
ৰচনা | কে ভি বিজয়েন্দ্ৰ প্ৰসাদ |
চিত্ৰনাট্য | এছ এছ ৰাজামৌলী |
কাহিনী | কে ভি বিজয়েন্দ্ৰ প্ৰসাদ |
প্ৰযোজক | ডি ভি ভি দানায়া |
অভিনয়ত | |
চিত্ৰগ্ৰহণকাৰী | কে কে চেণ্ঠিল কুমাৰ |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | এম এম কেৰাবাণী |
প্ৰযোজনা কোম্পানী |
|
মুক্তি |
২৫ মাৰ্চ ২০২২ |
দেশ | ভাৰত |
ভাষা | তেলুগু |
বাজেট | est. ₹৫৫০ কোটি[1][2] |
সৰ্বমুঠ আয় | est. ₹১১২২.৩ কোটি[3] |
আৰআৰআৰ (ইংৰাজী: RRR)[টোকা 1] হৈছে এছ এছ ৰাজামৌলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন তেলুগু ভাষাৰ চলচ্চিত্ৰ।[4] ইয়াত এন টি ৰামা ৰাও জুনিয়ৰ, ৰাম চৰণ তেজা, আলিয়া ভট্ট আৰু অলিভিয়া মৰিছে অভিনয় কৰিছে।[5] ই ভাৰতৰ স্বাধীনতা সংগ্ৰামী আলুৰি সিতাৰাম ৰাজু আৰু কোমাৰাম ভীমৰ বিষয়ে এক কাল্পনিক কাহিনী; যিয়ে হায়দৰাবাদৰ ব্ৰিটিছ ৰাজ আৰু নিজামৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।[6]
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/>
টেগ্ পোৱা নগ'ল