২০১১ চনত আৰছাছ ৱেৰলী
আৰছাছ ৱেৰলী (Ursus Wehrl) এগৰাকী ছুইছ হাস্যৰসিক আৰু আৰু চিত্ৰকৰ ৷ তেওঁৰ বিখ্যাত চিত্ৰকৰৰ ছবিসমূহৰ নিকাকৰণ/ সজ্জাবদ্ধ কৰা ("tidies up")ৰ বিষয়ে ৰচিত গ্ৰন্থসমূহ অতিকে জনপ্ৰিয় ৷[1][2][3]
২০১২ চনত তেওঁ ছুইছ ডাকবিভাগৰ বাবে এটা ডাকটিকট ডিজাইন কৰে ৷[4][5]
- Kunst aufräumen, Zürich, Kein & Aber,২০০২, ISBN 3-0369-5200-4.
- Noch mehr Kunst aufräumen, Zürich, Kein & Aber, ২০০৪, ISBN 3-03-695223-3.
- দুয়োখন গ্ৰন্থই ফ্ৰেন্স, ইটালিয়ান আৰু ইংৰাজী ভাষাতো প্ৰকাশ পাইছে ৷
- L'art en bazar, Éditions Milan (Fr.)
- L'arte a soqquadro, Edizione il Castoro (Itl.)
- Tidying Up Art, Prestel Publishing (Engl.)
- Die Kunst, aufzuräumen, Zürich, Kein & Aber, ২০১১, ISBN 3-03-695297-7.