![]() | |
Type of site |
চলচ্চিত্ৰ, দূৰদৰ্শন আৰু ভিডিঅ’ গেমৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল |
---|---|
Available in | ইংৰাজী |
Owner | আমাজন |
Created by | কোল নীধাম (CEO) |
Subsidiaries | বক্স অফিচ ম'জ' |
URL | www |
Commercial | হয় |
Registration | ঐচ্ছিক |
Launched | ১৭ অক্টোবৰ ১৯৯০ |
Current status | সক্ৰিয় |
ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলভ্য এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[2]
![]() |
ৱিকিতথ্যত থকা তথ্য:
|