![]() | |
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | ইণ্ডোনেচীয় |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | id.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
ইণ্ডোনেচীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইণ্ডোনেচীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৭,২২,৩৬২ টা প্ৰবন্ধ আছে।
2025 চনৰ ইণ্ডোনেচীয় ৱিকিপিডিয়া'ৰ 7,22,362 প্ৰবন্ধ, 15,34,000 সম্পাদক, 47 প্ৰশাসক আৰু 60,946 ফাইল আছে। মোট সম্পাদনা সংখ্যা 2,69,93,531।[1]
|