ইমানুৱেল চাৰ্পেণ্টিয়ে | |
---|---|
![]() | |
জন্ম | ইমানুৱেল মাৰি চাৰ্পেণ্টিয়ে ১১ ডিচেম্বৰ, ১৯৬৮ (৫৬ বছৰ) জুভিচি চুৰ অৰেজ, ফ্ৰান্স |
ক্ষেত্ৰ |
|
কৰ্মস্থান | হুমবল্ডট বিশ্ববিদ্যালয় উমিয়া বিশ্ববিদ্যালয় মেক্স প্লেংক ছ'চাইটি |
শিক্ষানুষ্ঠান | পীয়েৰ আৰু মেৰী কুৰী বিশ্ববিদ্যালয় (বিএছচি, এমএছচি, ডিফিল) পেষ্ট'ৰ প্ৰতিষ্ঠান (পিএইছডি প্ৰশিক্ষণ) |
ডক্তৰেল পৰামৰ্শদাতা | Patrice Courvalin |
জনা যায় | ক্ৰিস্পাৰ[1] |
উল্লেখনীয় বঁটা |
|
ইমানুৱেল মাৰি চাৰ্পেণ্টিয়ে (ইংৰাজী: Emmanuelle Marie Charpentier; জন্ম: ১১ ডিচেম্বৰ ১৯৬৮) এগৰাকী ফৰাচী অণুজীৱবিদ, বংশগতিবিদ আৰু জৈৱ ৰসায়নবিদ।[1] ২০১৫ চনৰ পৰা তেওঁ বাৰ্লিনৰ মেক্স প্লেংক সংক্ৰামক জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক পদত অধিষ্ঠিত। ২০১৮ চনত তেওঁ বীজাণুবিজ্ঞানৰ বাবে এক স্বতন্ত্ৰ গৱেষণা প্ৰতিষ্ঠান মেক্স প্লেংক একক স্থাপন কৰিছিল।[2] ২০২০ চনত তেওঁ আৰু জেনিফাৰ ডাউডনাক "জিনম সম্পাদনাৰ বাবে এটা পদ্ধতিৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।[3][4]