উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট (ইংৰাজী: North-East Democratic Alliance; চমুকৈ নেডা) হৈছে ২০১৬ চনৰ ২৪ মে’ত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা গঠিত ৰাজনৈতিক মিত্ৰজোঁট। নতুন ৰাজনৈতিক ফ্ৰণ্টৰ উদ্দেশ্য আছিল অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ লগতে উত্তৰ-পূব ভাৰতৰ অকংগ্ৰেছী দলসমূহক একত্ৰিত কৰা। হিমন্ত বিশ্ব শৰ্মাক ফ্ৰণ্টৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হয়।[1][2][3][4][5][6]
ৰাজনৈতিক দল | লোকসভাৰ সাংসদ | ৰাজ্যসভাৰ সাংসদ | বিধানসভাৰ বিধায়ক | ভিত্তি ৰাজ্য | যোগদান বছৰ | |
---|---|---|---|---|---|---|
১ | বিজেপি | ১৫ | ৪ | ১৯৫ | ৰাষ্ট্ৰীয় | ২০১৬ |
২ | অগপ | ০ | ১ | ৯ | অসম | ২০১৬ |
৩ | এনপিএফ | ১ | ০ | ৭ | নাগালেণ্ড, মণিপুৰ | ২০১৮ |
৪ | এনপিপি | ১ | ১ | ৪২ | ৰাষ্ট্ৰীয় | ২০১৮ |
৫ | এনডিপিপি | ১ | ০ | ২৫ | নাগালেণ্ড | ২০১৮ |
6
৬ |
এইচএছডিপি | ০ | ০ | ২ | মেঘালয় | ২০১৮ |
৭ | এছকেএম | ১ | ০ | ১৯ | ছিক্কিম | ২০১৯ |
৮ | ইউপিপিএল | ০ | ১ | ৭ | অসম | ২০২০ |
৯ | বিপিএফ | ০ | ০ | ৩ | অসম | ২০২২ |
১০ | কেপিএ | ০ | ০ | ২ | মণিপুৰ | ২০২২ |
১১. | আৰপিআই (এ) | ০ | ০ | ২ | নাগালেণ্ড | ২০২৩ |
১২ | নিৰ্দলীয় | ১ | ০ | ১৭ | উত্তৰ পূব ভাৰত | - |
মুঠ | ২০ | ১০ | ৩৪৮ |