মাননীয় ভাৰতৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত | |
---|---|
![]() | |
ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ২৭ আগষ্ট ২০২২ – ৮ নৱেম্বৰ ২০২২ | |
নিয়োগকৰ্তা | দ্ৰৌপদী মূৰ্মু |
পূৰ্বসূৰী | এন. ভি. ৰমনা |
উত্তৰসূৰী | ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় |
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ | |
কাৰ্যকাল ১৩ আগষ্ট ২০১৪ – ২৬ আগষ্ট ২০২২ | |
মনোনয়নকৰ্তা | ৰাজেন্দ্ৰ মল লোধা |
নিয়োগকৰ্তা | প্ৰণৱ মুখাৰ্জী |
ব্যক্তিগত তথ্য | |
জন্ম | ৯ নৱেম্বৰ, ১৯৫৭ (৬৭ বছৰ) চলাপুৰ, বোম্বে ষ্টেট, ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰ) |
উদয় উমেশ ললিত (ইংৰাজী: Uday Umesh Lalit; জন্ম: ৯ নৱেম্বৰ ১৯৫৭) ভাৰতৰ ৪৯তম মুখ্য ন্যায়াধীশ।[1] মুখ্য ন্যায়াধীশ এন. ভি. ৰমনায়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল।[2] ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পূৰ্বে তেওঁ উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] উচ্চতম ন্যায়ালয়লৈ পোনপটীয়াকৈ উন্নীত হোৱা ছয়গৰাকী জ্যেষ্ঠ অধিবক্তাৰ ভিতৰত ন্যায়াধীশ ললিত অন্যতম আছিল।[4][5][6] বৰ্তমান তেওঁ এজন বিশিষ্ট আইনবিদ আৰু অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্চিটিৰ আইন আৰু ন্যায় বিভাগৰ অধ্যাপক।