নীল আমষ্ট্ৰঙে চন্দ্ৰত তোলা বুজ এল্ড্ৰিনৰ আৰু নিজৰ আলোকচিত্ৰ। | |
অভিযানৰ প্ৰকাৰ | Crewed lunar landing |
---|---|
নিয়ন্ত্ৰক | NASA |
COSPAR ID |
|
SATCAT no. |
|
অভিযানৰ সময় | 8 days, 3 hours, 18 minutes, 35 seconds |
মহাকাশযানৰ বৈশিষ্টসমূহ | |
মহাকাশযান |
|
নিৰ্মাতা |
|
উত্ক্ষেপিত ভৰ | ১,০০,৭৫৬ pound (৪৫,৭০২ কেজি) |
অৱতৰণ ভৰ | ১০,৮৭৩ pound (৪,৯৩২ কেজি) |
Crew | |
Crew size | 3 |
সদস্য | |
Callsign |
|
অভিযানৰ আৰম্ভণি | |
উৎক্ষেপণৰ তাৰিখ | July 16, 1969, 13:32:00[1] | UTC
ৰকেট | Saturn V SA-506 |
উৎক্ষেপণ স্থলী | Kennedy Space Center LC-39A |
অভিযানৰ সামৰণি | |
Recovered by | সাঁচ:USS |
Landing date | July 24, 1969, 16:50:35 | UTC
Landing site | North Pacific Ocean 13°19′N 169°9′W / 13.317°N 169.15°W |
কক্ষীয় পৰিমাপসমূহ | |
প্ৰসংগ প্ৰণালী | Selenocentric |
Pericynthion altitude | ৫৪.৫ নেন মাইল (100.9 km)[2] |
Apocynthion altitude | ৬৬.১ নেন মাইল (122.4 km)[2] |
Inclination | 1.25 degrees[2] |
পৰ্যায়কাল | 2 hours[2] |
Epoch | July 19, 1969, 21:44 UTC[2] |
Lunar orbiter | |
Spacecraft component | Command and service module |
Orbital insertion | July 19, 1969, 17:21:50 UTC[3] |
Orbital departure | July 22, 1969, 04:55:42 UTC[4] |
Orbits | 30 |
Lunar lander | |
Spacecraft component | Apollo Lunar Module |
Landing date | July 20, 1969, 20:17:40 UTC[5] |
Return launch | July 21, 1969, 17:54 UTC |
Landing site | Tranquility Base, Mare Tranquillitatis সাঁচ:Lunar coords and quad cat[6] |
Sample mass | ৪৭.৫১ pound (২১.৫৫ কেজি) |
Surface EVAs | 1 |
EVA duration | 2 hours, 31 minutes, 40 seconds |
Docking with LM | |
Docking date | July 16, 1969, 16:56:03 UTC[3] |
Undocking date | July 20, 1969, 17:44:00 UTC[7] |
Docking with LM ascent stage | |
Docking date | July 21, 1969, 21:35:00 UTC[4] |
Undocking date | July 21, 1969, 23:41:31 UTC[4] |
বাওঁফালৰ পৰা সোঁ ফাললৈ: নীল আৰ্মষ্ট্ৰং, মাইকেল ক'লিনছ্, বুজ এলড্ৰিন |
এপ'ল ১১ আছিল প্ৰথম মহাকাশ অভিযান যাৰ সহায়ত প্ৰথম বাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২০ জুলাই ১৯৬৯ চনত এপ'ল' লুনাৰ মডুল ঈগলক চন্দ্ৰপৃষ্ঠত নমাইছিল। ইয়াৰ প্ৰায় ৬ঘণ্টাৰ পাছত নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি ৰাখিছিল ২১ জুলাইৰ দিনা। তাৰে ১৯মিনিটৰ পাছত বুজ এলড্ৰিনেও নীল আৰ্মষ্ট্ৰঙৰ লগত যোগ দিয়ে। তেওঁলোকে চন্দ্ৰপৃষ্ঠত ৩ঘণ্টা ১৫মিনিট সময় ঈগলৰ বাহিৰত কটাই আৰু চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰে। মাইকেল ক'লিনছে কমাণ্ড মডুল কলম্বিয়া চন্দ্ৰৰ কক্ষপথত উৰাই ৰাখিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২১ ঘণ্টা ৩১ মিনিট চন্দ্ৰপৃষ্ঠত থাকি পুনৰ মহাকাশত কলম্বিয়াৰ লগ লাগিছিল।
অভিযানৰ মূল উদ্দেশ্য আছিলে আমেৰিকাৰ ৰাষ্ট্ৰীয় উদ্দেশ্য পূৰণ কৰা যিটো আছিলে চন্দ্ৰলৈ মানুহ যোৱা আৰু তাৰ পৰা পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ। এই ৰাষ্ট্ৰীয় উদ্দেশ্যটো আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে ২৫ মে' ১৯৬১ চনত ঘোষণা কৰিছিলে। ইয়াৰ উপৰিও অভিযানটোৰ আন বহুতো উদ্দেশ্য আছিলে; চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰা, পৃথিৱীলৈ সংকেত পঠিয়াবলৈ এটা টেলিভিচন কেমেৰা মোতায়েন কৰা, সৌৰ বতাহ সংযুক্ত পৰীক্ষাৰ বাবে সঁজুলি, ভূকাম্পিক পৰীক্ষাৰ সঁজুলি, লেজাৰ ৰেনজিং ৰেত্ৰ ৰিফ্লেক্টৰ মোতায়েন কৰা[1]।