![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
এই প্ৰবন্ধ নিম্নলখিত প্ৰবন্ধৰ ক্ৰমৰ অন্তৰ্গত |
সামাজিক নিৰ্ণয় তত্ত্ব |
---|
![]() |
সামাজিক নিৰ্ণয় তত্ত্বত এৰ'ৰ অসম্ভৱতা উপপাদ্যই কয় যে এনে কোনো সামাজিক কল্যাণ ফলন নাই যিয়ে অবাধিত আদিক্ষেত্ৰ, দুৰ্বল পাৰেট' নীতি, অপ্ৰাসংগিক বিকল্পৰ স্বাধীনতা আৰু একনায়কত্বৰ অভাৱৰ চৰ্ত পূৰ্ণ কৰে। এই উপপাদ্য অৰ্থনীতিবিদ কেনেথ এৰ'ৱে ১৯৫০ চনত "এ ডিফিকাল্টি ইন দ্য কন্সেপ্ট অৱ চ'চিয়েল ৱেলফেয়াৰ" নামৰ গৱেষণা পত্ৰত প্ৰমাণ কৰিছিল, আৰু ১৯৫১ চনত "চচিয়েল চইছ এণ্ড ইণ্ডিভিজুৱেল ভেল্যুজ" নামৰ গ্ৰন্থেৰে জনপ্ৰয় কৰি তুলিছিল।[1] এই উপপাদ্যৰ প্ৰত্যক্ষ ফল দেখা যায় নিৰ্বাচনৰ ক্ষেত্ৰত: এনে কোনো নিৰ্বাচনী নীতি নাই যি তলত দিয়া তিনি "ন্যায়বাদী" চৰ্ত পূৰ্ণ কৰে:
এই উপপাদ্য কেৱল ক্ৰমবাচক নিৰ্বাচনৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
নিৰ্বাচনৰ উপৰিও, দাৰ্শনিক-স্তৰত, এই উপপাদ্যই সূচাই যে সমাজ এখনক তৰ্কসংগত নিৰ্ণয়কাৰী হিচাপে গণ্য কৰিব পৰা নাযায়, যদিহে সামাজিক পচন্দক একাধিক ব্যক্তিৰ পচন্দৰ পৰা নিৰ্ণয় কৰা হয় (একনায়কত্বৰ অভাৱ) আৰু দুৰ্বল পাৰেট' ইষ্টত্বক সন্মান জনোৱা হয়।
এৰ'ৰ অসম্ভৱতা উপপাদ্য ক্ৰমবাচক অগ্ৰাধিকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য, য'ত তিনি বা ততোধিক বিকল্পৰ মাজত চয়ন কৰিব লাগে। ধৰি লওক এখন সমাজত n > ২ ব্যক্তি আছে আৰু N > ২ বিকল্প আছে। এই n ব্যক্তিৰ প্ৰত্যেকৰে বাবে আটাইকেইটা বিকল্পৰ ওপৰত একো একোটা অগ্ৰাধিকাৰ সম্বন্ধ সংজ্ঞায়িত, যাক ব্যক্তি ৰ বাবে ৰে দৰ্শোৱা হৈছে। এটি সামাজিক নিৰ্ণয় ফলন হ'ল এটি ফলন যিয়ে এই আটইকেইটা ব্যক্তিগত অগ্ৰাধিকাৰ সম্বন্ধ গ্ৰহণ কৰি, এক সামাজিক অগ্ৰাধিকাৰ সম্বন্ধ প্ৰদান কৰে।
এনে ক্ষেত্ৰত, এই উপপাদ্যত তিনিটা চৰ্ত আছে: