![]() | |
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | কন্নড় ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | kn.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
কন্নড় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কন্নড় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩৩,৭২৯ প্ৰবন্ধ আছে।
২০২৫ চনত কন্নড় ৱিকিপিডিয়াৰ ৩৩,৭২৯ টা প্ৰবন্ধ, ৯১,০০০ গৰাকী সম্পাদক, ৪ গৰাকী প্ৰশাসক আৰু ২,৩৫০ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১২,৯৮,২০০।[1]
|