এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
গেদীয় শিলা | |
[[এনথ্ৰাচাইট কয়লা |composition=কাৰ্বন]] | |
অন্যান্য উপাদান | ছালফাৰ, হাইড্ৰ'জেন, অক্সিজেন, নাইট্ৰ'জেন |
---|
কয়লা (ইংৰাজী: Coal) হৈছে ভূমিৰ অন্তৰ্ভাগৰ স্তৰত পোৱা দহনশীল এক গেদীয় শিল। ইয়াক মূলতঃ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মুঠ উৎপাদিত শক্তিৰ ৩৫-৪০% কয়লাৰ পৰা আহে। কয়লা প্ৰধানকৈ কাৰ্বনৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ লগতে হাইড্ৰ্'জেন, ছালফাৰ, অক্সিজেন আৰু নাইট্ৰ'জেনও কিছু পৰিমাণে থাকে। বেলেগ বেলেগ প্ৰকাৰৰ কয়লাত কাৰ্বনৰ পৰিমাণো ভিন্ন।
কয়লাক ৪টা শ্ৰেণীত ভাগ কৰা হয়:
The 948 billion short tons of recoverable coal reserves estimated by the Energy Information Administration are equal to about 4,196 BBOE (billion barrels of oil equivalent).[1] The amount of coal burned during 2007 was estimated at 7.075 billion short tons, or 133.179 quadrillion BTU's.[2] This is an average of 18.8 million BTU per short ton. In terms of heat content, this is about ৫,৭০,০০,০০০ barrel (91,00,000 মি৩) of oil equivalent per day. By comparison in 2007, natural gas provided ৫,১০,০০,০০০ barrel (81,00,000 মি৩) of oil equivalent per day, while oil provided ৮,৫৮,০০,০০০ barrel (1,36,40,000 মি৩) per day.
BP, in its 2007 report, estimated at 2006 end that there were 147 years reserves-to-production ratio based on proven coal reserves worldwide. This figure only includes reserves classified as "proven"; exploration drilling programs by mining companies, particularly in under-explored areas, are continually providing new reserves. In many cases, companies are aware of coal deposits that have not been sufficiently drilled to qualify as "proven". However, some nations haven't updated their information and assume reserves remain at the same levels even with withdrawals. Speculative projections predict that global peak coal production may occur sometime around 2025 at 30 percent above current production, depending on future coal production rates.[3]
Of the three fossil fuels, coal has the most widely distributed reserves; coal is mined in over 100 countries, and on all continents except Antarctica. The largest reserves are found in the USA, Russia, China, India and Australia. Note the table below.
দেশ | বিটুমিনচ আৰু এনথ্ৰাচাইট | চাব-বিটুমিনচ | লিগনাইট | সৰ্বমুঠ | বিশ্বৰ মুঠ কয়লাৰ অংশ |
---|---|---|---|---|---|
আমেৰিকা যুক্তৰাষ্ট্ৰ | ১০৮,৫০১ | ৯৮,৬১৮ | ৩০,১৭৬ | ২৩৭,২৯৫ | ২২.৬ |
ৰাছিয়া | ৪৯,০৮৮ | ৯৭,৪৭২ | ১০,৪৫০ | ১৫৭,০১০ | ১৪.৪ |
চীন | ৬২,২০০ | ৩৩,৭০০ | ১৮,৬০০ | ১১৪,৫০০ | ১২.৬ |
অষ্ট্ৰেলিয়া | ৩৭,১০০ | ২,১০০ | ৩৭,২০০ | ৭৬,৫০০ | ৮.৯ |
ভাৰত | ৫৬,১০০ | ০ | ৪,৫০০ | ৬০,৬০০ | ৭.০ |
জাৰ্মানী | ৯৯ | ০ | ৪০,৬০০ | ৪০,৬৯৯ | ৪.৭ |
ইউক্ৰেইন | ১৫,৩৫১ | ১৬,৫৭৭ | ১,৯৪৫ | ৩৩,৮৭৩ | ৩.৯ |
কাজাখাস্তান | ২১,৫০০ | ০ | ১২,১০০ | ৩৩,৬০০ | ৩.৯ |
দক্ষিণ আফ্ৰিকা | ৩০,১৫৬ | ০ | ০ | ৩০,১৫৬ | ৩.৫ |
ছাৰ্বিয়া | ৯ | ৩৬১ | ১৩,৪০০ | ১৩,৭৭০ | ১.৬ |
কলম্বিয়া | ৬,৩৬৬ | ৩৮০ | ০ | ৬,৭৪৬ | ০.৮ |
কানাডা | ৩,৪৭৪ | ৮৭২ | ২,২৩৬ | ৬,৫২৮ | ০.৮ |
পোলেণ্ড | ৪,৩৩৮ | ০ | ১,৩৭১ | ৫,৭০৯ | ০.৭ |
ইণ্ডোনেছিয়া | ১,৫২০ | ২,৯০৪ | ১,১০৫ | ৫,৫২৯ | ০.৬ |
ব্ৰাজিল | ০ | ৪,৫৫৯ | ০ | ৪,৫৫৯ | ০.৫ |
গ্ৰীচ | ০ | ০ | ৩,০২০ | ৩,০২০ | ০.৪ |
বচনিয়া আৰু হাৰজেগ’ভিনা | ৪৮৪ | ০ | ২,৩৬৯ | ২,৮৫৩ | ০.৩ |
মংগোলিয়া | ১,১৭০ | ০ | ১,৩৫০ | ২,৫২০ | ০.৩ |
বুলগেৰিয়া | ২ | ১৯০ | ২,১৭৪ | ২,৩৬৬ | ০.৩ |
পাকিস্তান | ০ | ১৬৬ | ১,৯০৪ | ২,০৭০ | ০.৩ |
তুৰস্ক | ৫২৯ | ০ | ১,৮১৪ | ২,৩৪৩ | ০.৩ |
উজবেকিস্তান | ৪৭ | ০ | ১,৮৫৩ | ১,৯০০ | ০.২ |
হাংগেৰী | ১৩ | ৪৩৯ | ১,২০৮ | ১,৬৬০ | ০.২ |
থাইলেণ্ড | ০ | ০ | ১,২৩৯ | ১,২৩৯ | ০.১ |
মেক্সিকো | ৮৬০ | ৩০০ | ৫১ | ১,২১১ | ০.১ |
ইৰান | ১,২০৩ | ০ | ০ | ১,২০৩ | ০.১ |
চেক গণৰাজ্য | ১৯২ | ০ | ৯০৮ | ১,১০০ | ০.১ |
কিৰগিজস্তান | ০ | ০ | ৮১২ | ৮১২ | ০.১ |
আলবেনিয়া | ০ | ০ | ৭৯৪ | ৭৯৪ | ০.১ |
উত্তৰ কোৰিয়া | ৩০০ | ৩০০ | ০ | ৬০০ | ০.১ |
নিউজিলেণ্ড | ৩৩ | ২০৫ | ৩৩৩-৭,০০০ | ৫৭১–১৫,০০০[5] | ০.১ |
স্পেইন | ২০০ | ৩০০ | ৩০ | ৫৩০ | ০.১ |
লাউচ | ৪ | ০ | ৪৯৯ | ৫০৩ | ০.১ |
জিম্বাৱৱে | ৫০২ | ০ | ০ | ৫০২ | ০.১ |
আৰ্জেণ্টিনা | ০ | ০ | ৫০০ | ৫০০ | ০.১ |
অন্যান্য | ৩,৪২১ | ১,৩৪৬ | ৮৪৬ | ৫,৬১৩ | ০.৭ |
সৰ্বমুঠ (বিশ্ব) | ৪০৪,৭৬২ | ২৬০,৭৮৯ | ১৯৫,৩৮৭ | ৮৬০,৯৩৮ | ১০০ |
The reserve life is an estimate based only on current production levels and proved reserves level for the countries shown, and makes no assumptions of future production or even current production trends. Countries with annual production higher than 100 million tonnes are shown. For comparison, data for the European Union is also shown. Shares are based on data expressed in tonnes oil equivalent.
দেশ | ২০০৩ | ২০০৪ | ২০০৫ | ২০০৬ | ২০০৭ | ২০০৮ | ২০০৯ | ২০১০ | ২০১১ | অংশ | Reserve Life (বছৰ) |
---|---|---|---|---|---|---|---|---|---|---|---|
চীন | ১৮৩৪.৯ | ২১২২.৬ | ২৩৪৯.৫ | ২৫২৮.৬ | ২৬৯১.৬ | ২৮০২.০ | ২৯৭৩.০ | ৩২৩৫.০ | ৩৫২০.০ | ৪৯.৫ % | ৩৫ |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ৯৭২.৩ | ১০০৮.৯ | ১০২৬.৫ | ১০৫৪.৮ | ১০৪০.২ | ১০৬৩.০ | ৯৭৫.২ | ৯৮৩.৭ | ৯৯২.৮ | ১৪.১ % | ২৩৯ |
ভাৰত | ৩৭৫.৪ | ৪০৭.৭ | ৪২৮.৪ | ৪৪৯.২ | ৪৭৮.৪ | ৫১৫.৯ | ৫৫৬.০ | ৫৭৩.৮ | ৫৮৮.৫ | ৫.৬ % | ১০৩ |
ইউৰোপিয়ান ইউনিয়ন | ৬৩৭.২ | ৬২৭.৬ | ৬০৭.৪ | ৫৯৫.১ | ৫৯২.৩ | ৫৬৩.৬ | ৫৩৮.৪ | ৫৩৫.৭ | ৫৭৬.১ | ৪.২ % | ৯৭ |
অষ্ট্ৰেলিয়া | ৩৫০.৪ | ৩৬৪.৩ | ৩৭৫.৪ | ৩৮২.২ | ৩৯২.৭ | ৩৯৯.২ | ৪১৩.২ | ৪২৪.০ | ৪১৫.৫ | ৫.৮ % | ১৮৪ |
ৰাছিয়া | ২৭৬.৭ | ২৮১.৭ | ২৯৮.৩ | ৩০৯.৯ | ৩১৩.৫ | ৩২৮.৬ | ৩০১.৩ | ৩২১.৬ | ৩৩৩.৫ | ৪.০ % | ৪৭১ |
ইণ্ডোনেছিয়া | ১১৪.৩ | ১৩২.৪ | ১৫২.৭ | ১৯৩.৮ | ২১৬.৯ | ২৪০.২ | ২৫৬.২ | ২৭৫.২ | ৩২৪.৯ | ৫.১ % | ১৭ |
দক্ষিণ আফ্ৰিকা | ২৩৭.৯ | ২৪৩.৪ | ২৪৪.৪ | ২৪৪.৮ | ২৪৭.৭ | ২৫২.৬ | ২৫০.৬ | ২৫৪.৩ | ২৫৫.১ | ৩.৬ % | ১১৮ |
জাৰ্মানী | ২০৪.৯ | ২০৭.৮ | ২০২.৮ | ১৯৭.১ | ২০১.৯ | ১৯২.৪ | ১৮৩.৭ | ১৮২.৩ | ১৮৮.৬ | ১.১ % | ২১৬ |
পোলেণ্ড | ১৬৩.৮ | ১৬২.৪ | ১৫৯.৫ | ১৫৬.১ | ১৪৫.৯ | ১৪৪.০ | ১৩৫.২ | ১৩৩.২ | ১৩৯.২ | ১.৪ % | ৪১ |
কাজাখাস্তান | ৮৪.৯ | ৮৬.৯ | ৮৬.৬ | ৯৬.২ | ৯৭.৮ | ১১১.১ | ১০০.৯ | ১১০.৯ | ১১৫.৯ | ১.৫ % | ২৯০ |
সৰ্বমুঠ (বিশ্ব) | ৫,৩০১.৩ | ৫,৭১৬.০ | ৬,০৩৫.৩ | ৬,৩৪২.০ | ৬,৫৭৩.৩ | ৬,৭৯৫.০ | ৬,৮৮০.৮ | ৭,২৫৪.৬ | ৭,৬৯৫.৪ | ১০০ % | ১১২ |
Countries with annual gross export higher than 10 million tonnes are shown. In terms of net export the largest exporters are still Australia (328.1 millions tonnes), Indonesia (316.2) and Russia (100.2).
দেশ | ২০০৩ | ২০০৪ | ২০০৫ | ২০০৬ | ২০০৭ | ২০০৮ | ২০০৯ | ২০১০ | অংশ |
---|---|---|---|---|---|---|---|---|---|
অষ্ট্ৰেলিয়া | ২৩৮.১ | ২৪৭.৬ | ২৫৫.০ | ২৫৫.০ | ২৬৮.৫ | ২৭৮.০ | ২৮৮.৫ | ৩২৮.১ | ২৭.১% |
ইণ্ডোনেছিয়া | ১০৭.৮ | ১৩১.৪ | ১৪২.০ | ১৯২.২ | ২২১.৯ | ২২৮.২ | ২৬১.৪ | ৩১৬.২ | ২৬.১% |
ৰাছিয়া | ৪১.০ | ৫৫.৭ | ৯৮.৬ | ১০৩.৪ | ১১২.২ | ১১৫.৪ | ১৩০.৯ | ১২২.১ | ১০.১% |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ৪৩.০ | ৪৮.০ | ৫১.৭ | ৫১.২ | ৬০.৬ | ৮৩.৫ | ৬০.৪ | ৮৩.২ | ৬.৯% |
দক্ষিণ আফ্ৰিকা | ৭৮.৭ | ৭৪.৯ | ৭৮.৮ | ৭৫.৮ | ৭২.৬ | ৬৮.২ | ৭৩.৮ | ৭৬.৭ | ৬.৩% |
কলম্বিয়া | ৫০.৪ | ৫৬.৪ | ৫৯.২ | ৬৮.৩ | ৭৪.৫ | ৭৪.৭ | ৭৫.৭ | ৭৬.৪ | ৬.৩% |
কানাডা | ২৭.৭ | ২৮.৮ | ৩১.২ | ৩১.২ | ৩৩.৪ | ৩৬.৫ | ৩১.৯ | ৩৬.৯ | ৩.০% |
কাজাখাস্তান | ৩০.৩ | ২৭.৪ | ২৮.৩ | ৩০.৫ | ৩২.৮ | ৪৭.৬ | ৩৩.০ | ৩৬.৩ | ৩.০% |
ভিয়েটনাম | ৬.৯ | ১১.৭ | ১৯.৮ | ২৩.৫ | ৩৫.১ | ২১.৩ | ২৮.২ | ২৪.৭ | ২.০% |
চীন | ১০৩.৪ | ৯৫.৫ | ৯৩.১ | ৮৫.৬ | ৭৫.৪ | ৬৮.৮ | ২৫.২ | ২২.৭ | ১.৯% |
মংগোলিয়া | ০.৫ | ১.৭ | ২.৩ | ২.৫ | ৩.৪ | ৪.৪ | ৭.৭ | ১৮.৩ | ১.৫% |
পোলেণ্ড | ২৮.০ | ২৭.৫ | ২৬.৫ | ২৫.৪ | ২০.১ | ১৬.১ | ১৪.৬ | ১৮.১ | ১.৫% |
মুঠ | ৭১৩.৯ | ৭৬৪.০ | ৯৩৬.০ | ১,০০০.৬ | ১,০৭৩.৪ | ১,০৮৭.৩ | ১,০৯০.৮ | ১,২১২.৮ | ১০০% |
Countries with annual gross import higher than 20 million tonnes are shown. In terms of net import the largest importers are still Japan (206.0 millions tonnes), China (172.4) and South Korea (125.8).[10]
দেশ | ২০০৬ | ২০০৭ | ২০০৮ | ২০০৯ | ২০১০ | অংশ |
---|---|---|---|---|---|---|
জাপান | ১৯৯.৭ | ২০৯.০ | ২০৬.০ | ১৮২.১ | ২০৬.৭ | ১৭.৫% |
চীন | ৪২.০ | ৫৬.২ | ৪৪.৫ | ১৫১.৯ | ১৯৫.১ | ১৬.৬% |
দক্ষিণ কোৰিয়া | ৮৪.১ | ৯৪.১ | ১০৭.১ | ১০৯.৯ | ১২৫.৮ | ১০.৭% |
ভাৰত | ৫২.৭ | ২৯.৬ | ৭০.৯ | ৭৬.৭ | ১০১.৬ | ৮.৬% |
টাইৱান | ৬৯.১ | ৭২.৫ | ৭০.৯ | ৬৪.৬ | ৭১.১ | ৬.০% |
জাৰ্মানী | ৫০.৬ | ৫৬.২ | ৫৫.৭ | ৪৫.৯ | ৫৫.১ | ৪.৭% |
তুৰস্ক | ২২.৯ | ২৫.৮ | ২১.৭ | ২২.৭ | ৩০.০ | ২.৫% |
যুক্তৰাজ্য | ৫৬.৮ | ৪৮.৯ | ৪৯.২ | ৪২.২ | ২৯.৩ | ২.৫% |
ইটালী | ২৭.৯ | ২৮.০ | ২৭.৯ | ২০.৯ | ২৩.৭ | ১.৯% |
নেডাৰলেণ্ডচ | ২৫.৭ | ২৯.৩ | ২৩.৫ | ২২.১ | ২২.৮ | ১.৯% |
ৰাছিয়া | ২৮.৮ | ২৬.৩ | ৩৪.৬ | ২৬.৮ | ২১.৮ | ১.৯% |
ফ্ৰান্স | ২৪.১ | ২২.১ | ২৪.৯ | ১৮.৩ | ২০.৮ | ১.৮% |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ৪০.৩ | ৩৮.৮ | ৩৭.৮ | ২৩.১ | ২০.৬ | ১.৮% |
সৰ্বমুঠ | ৯৯১.৮ | ১,০৫৬.৫ | ১,০৬৩.২ | ১,০৩৯.৮ | ১,১৭৮.১ | ১০০% |