Kalkoti | |
---|---|
کلکوٹی / کھلکوٹی / کھعلکوٹی | |
![]() | |
উচ্চাৰণ | [kʰælkoːʈ] |
থলুৱা অঞ্চল | Pakistan |
অঞ্চল | Kalkot Tehsil |
স্থানীয় ভাষিক |
6,000 (2018)e25 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | xka |
গ্লোটোলগ | kalk1245 [1] |
কলকোটি বা গ'এডিজা[2] এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি পাকিস্তানৰ উজনি ডিৰ জিলাৰ কলকোট অঞ্চলত মুখ্যতঃ ব্যৱহাৰ কৰা হয়।[3]
তলত কলকোটি ভাষাৰ ধ্বনিসমূহৰ সবিশেষ দিয়া হৈছে।[4]
Front | Back | |
---|---|---|
Close | ɪ~i(ː) | ʊ~u(ː) |
Mid | eː | oː |
Open | ə~æ(ː)~aː | ɑ(ː)~ɒ(ː) |
হ্ৰস্বস্বৰ কেন্দ্ৰীকৃত; নাকেৰে উচ্চাৰণ কৰা এটি ফনেমিক প্ৰক্ৰিয়া হ'ব পাৰে।[4]
Labial | Dental | Retroflex | Palatal | Velar | Uvular | Glottal | ||
---|---|---|---|---|---|---|---|---|
Nasal | m | n | ɳ (?) | ŋ (?) | ||||
Plosive | voiceless | p | t | ʈ | k | q | ʔ (?) | |
aspirated | pʰ | tʰ | ʈʰ (?) | kʰ | ||||
voiced | b | d | ɖ | ɡ | ||||
Affricate | voiceless | ts | tʂ | tʃ | ||||
aspirated | tʂʰ (?) | tʃʰ | ||||||
voiced | dʒ | |||||||
Fricative | voiceless | (f) | s | ʂ | ʃ | x | ||
voiced | z | ɣ | ||||||
Lateral | l | |||||||
Flap | ɾ | ɽ (?) | ||||||
Approximant | ʋ | j |
/q, ʦ, x, z, ɣ, ɽ/ ফনীম খুব সম্ভৱ অন্য ভাষাৰ পৰা অহা শব্দৰ দ্বাৰা ভাষাটোত সোমাই পৰিছে। Voiceless aspirate শৃংখলা সুৰক্ষিত আৰু চুবুৰীয়া পলুলা ভাষাৰ বিপৰীতে, কলকোটিত কোনো breathy voiced শৃংখলা নাই। /ʔ/ৰ ফনেমিক স্থিতি অস্পষ্ট আৰু সম্ভৱতঃ সুৰৰ সৈতে সম্বন্ধিত।
কলকোটিৰ সুৰ ব্যৱস্থা সম্ভৱতঃ পূৰ্বতে শ্বিনা ভাষাৰ দৰেই আছিল। কিন্তু চুবুৰীয়া কোহিস্তানী ভাষাসমূহৰ প্ৰভাৱত এই ভাষাৰ সুৰ ব্যৱস্থা অতিকৈ জটিল হৈ পৰিছে।[4]