Kanji | |
---|---|
প্ৰকাৰ | Logographic |
ভাষা | Old Japanese, Japanese |
মাতৃ লিপি | |
ভগ্নী লিপি | Hanja, Zhuyin, traditional Chinese, simplified Chinese, Nom, Khitan script, Jurchen script |
ISO 15924 | Hani, 500 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Han |
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
কাঞ্জি (漢字; জাপানী উচ্চাৰণ: [kandʑi] listen) বা কান-জি হ'ল জাপানী ভাষাত ব্যৱহৃত, চীনা ভাষাৰ পৰা গ্ৰহণ কৰা ইডিয়'গ্ৰাফিক চিহ্ন।[1] এই চিহ্নসমূহ আধুনিক জাপানী ভাষাত হিৰাগানা আৰু কাটাকানাৰ সৈতে ব্যৱহাৰ কৰা হয়।
জাপানী ভাষাৰ কাঞ্জিয়ে প্ৰকৃততে 'হান-চীনা' চিহ্ন বুজাই।[2] চীনা ভাষাত হাঞ্জিৰ বাবে যি চিহ্ন ব্যৱহাৰ কৰা হয়, জাপানী ভাষাত হাঞ্জিৰ বাবেও ব্যৱহাৰ কৰা হয়, যি (চীনা: {{{c}}})।}}).[3]
ঠিক চীনা চিহ্নসমূহৰ দৰেই জাপানী কাঞ্জিৰ সংখ্যা কিমান, ক'ব পৰা নাযায়। জাপানৰ ডাই কান-ৱা জিটেনত ৫০,০০০টা কাঞ্জি চিহ্ন প্ৰকাশ পাইছিল, পিচে চীনৰ ঝংঘুৱা জিহাইত ৮৫,০০০টা কাঞ্জি চিহ্ন প্ৰকাশ পাইছিল।[4][5][6] প্ৰায়বোৰ চিহ্নই বহুলভাৱে প্ৰচলিত নহয়, কিছু পুৰণি ভাষাতহে অধিক ব্যৱহৃত।
২০০০ৰ পৰা ৩০০০ কাঞ্জি চিন সাধাৰণতে ব্যৱহৃত, আন কেইহাজাৰমান বিশেষ কোনো উপলক্ষত ব্যৱহাৰ কৰা হয়। মুঠ ১৩০০০ কাঞ্জি চিহ্ন কাঞ্জিৰ বাবে জাপানী ঔদ্যোগিক মানত ব্যৱহৃত।
Borrowing typology of Han characters | ||
---|---|---|
Meaning | Pronunciation | |
a) semantic on | L1 | L1 |
b) semantic kun | L1 | L2 |
c) phonetic on | — | L1 |
d) phonetic kun | — | L2 |
*With L1 representing the language borrowed from (Chinese) and L2 representing the borrowing language (Japanese).[7] |