কুছ তো লোগ কহেংগে | |
---|---|
শৈলী | ড্ৰামা |
নিৰ্মাতা | ডাইৰেক্টৰচ কাট প্ৰডাকচন |
পৰিচালক | মানদাৰ দেভাস্থালি |
অভিনয়ত | কৃতিকা কামৰা |
শীৰ্ষ সংগীত | "ছায়া নাইনু কি ভাছা" |
দেশ | ভাৰত |
ভাষা | হিন্দী |
চিজনৰ সংখ্যা | ১ |
খণ্ডৰ সংখ্যা | ১২৫ (২৩ মাৰ্চ, ২০১২) |
প্ৰযোজনা | |
দৈৰ্ঘ্য | ৩০ মিনিট |
সম্প্ৰচাৰ | |
মূল ছেনেল | চ'নী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যন |
দৃশ্যৰ ফৰমেট | ৫৭৬i (SDTV) |
কুছ তো লোগ কহেংগে (হিন্দী: कुछ तो लोग कहेंगे) হ'ল চ'নী টিভিত দিয়া হিন্দী ভাষাৰ এখন ভাৰতীয় ধাৰাবাহিক। পাকিস্তানৰ "ধূপ-কিনাৰে" নামৰ এখন ধাৰাবাহিকৰ পুনৰ নিৰ্মাণ হৈছে এই কুছ তো লোগ কহেংগে ধাৰাবাহিক। কুছ তো লোগ কহেংগে নিৰ্মাণ হৈছে ১৮ বছৰ বয়সৰ পাৰ্থক্য থকা দুজন লোকৰ প্ৰেমৰ ওপৰত।