Kupia | |
---|---|
Valmiki, Balmiki | |
Native to | India |
Region | Odisha, Andhra Pradesh |
Ethnicity | 79,000 (2007)[1] |
Native speakers
|
6,600 (2007)[1] |
Odia, Telugu | |
Language codes | |
ISO 639-3 | key
|
Glottolog | kupi1238
|
কুপিয়া বা বাল্মিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বাল্মিকী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত। বাল্মিকীসকল জনগোষ্ঠীয় লোক যিয়ে মুখ্যতঃ উৰিষ্যাৰ কৰাপুত আৰু আন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনং জিলাত বাস কৰে।[2]
কুপিয়া ভাষা সাধাৰণতে ওড়িয়া বা তেলুগু লিপিৰে লিখা হয়, লিখোঁতা উৰিষ্যাৰ নে অন্ধ্ৰ প্ৰদেশৰ, তাৰ ভিত্তিত।[2] সত্যপতি প্ৰসন্ন শ্ৰীয়ে কুপিয়াৰ বাবে এক নতুন লিপি তৈয়াৰ কৰি উলিয়াইছে।
<ref>
tag; name "balmiki" defined multiple times with different content