কুলৰাজ ৰন্ধাৱা | |
---|---|
![]() ২০২৪ চনত ৰন্ধাৱা | |
জন্ম | কুলৰাজ কৌৰ ৰন্ধাৱা ১৬ মে', ১৯৮৩ (৪১ বছৰ) ডেহৰাদুন, পঞ্জাব, ভাৰত, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩)[1] এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।[2] তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।[3]
ৰন্ধাৱাৰ জন্ম উত্তৰাখণ্ডৰ দেহৰাদুনত এজন শিখ পৰিয়ালত হৈছিল। তেওঁ বেংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকতা লাভ কৰিছিল। তেওঁ ২০০৬ চনত জিমি শৰগিলৰ সৈতে মন্নত চলচ্চিত্ৰৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল[4] আৰু তেওঁৰ হিন্দী চলচ্চিত্ৰ জীৱন ২০০৯ চনৰ চিণ্টু জী চলচ্চিত্ৰৰ যোগেদি আৰম্ভ হৈছিল।
বছৰ | শিৰোনাম | ভাষা | চৰিত্ৰ | অন্য তথ্য |
---|---|---|---|---|
২০০৬ | মন্নত | পঞ্জাবী | প্ৰসিন কৌৰ/মন্নত | |
২০০৯ | তেৰ মেৰ কি ৰিস্তা | পঞ্জাবী | ৰাজ্জো | |
২০০৯ | চিণ্টুজী | হিন্দী | দেৱিকা মালহোত্ৰা | প্ৰথম হিন্দী চলচ্চিত্ৰ |
২০০৯ | জানে ভি দো যাৰো | হিন্দী | ||
২০১১ | য়মলা পাগলা দিৱানা | হিন্দী | সাহেবা | |
২০১২ | চাৰ দিন কি চান্দনী[5] | হিন্দী | ||
২০১৪ | লাকি কবুতৰ | হিন্দী | লক্ষ্মী | |
২০১৪ | ডাবল ডি ট্ৰাবল | পঞ্জাবী | ||
২০১৬ | নীধি সিং[6] | পঞ্জাবী | নীধি সিং | |
২০১৯ | নৌকৰ ভাহুতি দা[7] | পঞ্জাবী | নীতু | |
২০২০ | লণ্ডন কনফিডেনশিয়েল | হিন্দী | নিৰূপমা দাস | ZEE5 original film |
২০২১ | ওয়ে মামু! | হিন্দী | [উদ্ধৃতিৰ প্ৰয়োজন] | |
২০২৩ | তু হৌৱেই মেই হৌৱঁ | পঞ্জাবী | কেলি | [8] |