কুৰাইশ্ব قريش | |
---|---|
আদনানিত | |
Nisba | কুৰেশ্বি |
অঞ্চল | মক্কা |
Descended from | Fihr ibn Malik |
Parent tribe | কিনানা |
ধৰ্ম | ইছলাম (৬৩০ৰ পিছত) Polytheism (৬৩০ৰ আগত) |
এই শৃংখলাৰ মূল বিষয় হৈছে |
মুহাম্মাদ |
---|
সম্পৰ্কিত |
কুৰাইশ্ব বংশ (আৰবী: قريش) কুৰাঈশ্ব বা কোৰায়েশ্ব (কুৰেশ্বি হিচাপেও পৰিচিত) আছিল আৰবৰ এক শক্তিশালী বণিক বংশ। এই বংশই মক্কাৰ অধিকাংশ অংশ আৰু কাবা নিয়ন্ত্ৰণ কৰিছিল। ইছলাম ধৰ্মৰ নবী মুহাম্মাদ কুৰাইশ্ব বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল। [1]