![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
কোচবিহাৰ জিলা | |
---|---|
পশ্চিমবংগৰ জিলা | |
![]() পশ্চিমবংগৰ মানচিত্ৰত কোচবিহাৰৰ অৱস্থান | |
![]() | |
সদৰ | কোচবিহাৰ |
বৃহত্তম চহৰ | কোচবিহাৰ |
বিভাগ | জলপাইগুড়ি বিভাগ |
ৰাজ্য | পশ্চিমবংগ |
দেশ | ![]() |
প্ৰতিষ্ঠা | ১৯ জানুৱাৰী, ১৯৫০ |
পশ্চিমবংগ বিধানসভা | ৯ |
লোকসভা | তালিকা
|
কালি | |
• মুঠ |
1,308 sq mi (3,387 km2) |
জনসংখ্যা (২০০১) | |
• মুঠ |
24,78,280 |
কোচবিহাৰ জিলা পশ্চিমবংগৰ উত্তৰাঞ্চলৰ জলপাইগুড়ি বিভাগৰ এখন জিলা। মাটিকালিৰ হিচাপত ই ৰাজ্যৰ ত্ৰয়োদশ[2] আৰু জনসংখ্যাৰ হিচাপত ষোড়শ বৃহত্তম[2] জিলা। এই জিলাৰ উত্তৰত পশ্চিমবংগৰ জলপাইগুড়ি জিলা; দক্ষিণত বাংলাদেশৰ ৰংপুৰ বিভাগ; পূৱে অসম|অসমৰ ধুবুৰী জিলা আৰু পশ্চিমত জলপাইগুড়ি জিলা তোথা বাংলাদেশৰ ৰংপুৰ বিভাগ অৱস্থিত।[3]:৪৭
বৰ্তমান কোচবিহাৰ জিলা অতীতত বৃহত্তৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৭৭২ চনত কোচবিহাৰ ৰাজ্য ব্ৰিটিছ ভাৰতৰ এখন কৰদ ৰাজ্যালৈ পৰিণত হয়। ১৯৪৯ চনত কোচবিহাৰৰ তদনীন্তন ৰজা জগদ্দীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ ৰাজ্যটোক ভাৰত অধিৰাজ্যৰ হাতলৈ নিয়ে। ১৯৫০ চনত কোচবিহাৰ পশ্চিমবংগৰ এখন জিলাত পৰিণত হয়।[3]:৪৭
বৰ্তমান কোচবিহাৰ জিলাখন অতীতত বৃহত্তৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। কামৰূপৰ ৰাজধানী দ্বিধাবিভক্ত হোৱাৰ পিছত কোচবিহাৰ ‘কামতা’-ৰ অন্তৰ্গত হয়। সপ্তদশ শতাব্দীৰ মধ্যভাগত ৰচিত চাহজাহাননামা গ্ৰন্থত কোচবিহাৰ নামটোৰ উল্লেখ পোৱা যায়। অষ্টাদশ শতাব্দীত মেজৰ ৰেনেলৰ মানচিত্ৰত কোচবিহাৰ ‘বিহাৰ’ নামেৰে উল্লিখিত হয়। ১৭৭২ চনত ভুটান|ভুটানৰ লগত সংঘৰ্ষৰ বাবে কোচবিহাৰ-ৰাজ ধৈৰ্যেন্দ্ৰ নাৰায়ণ তথা ৱাৰেন হেষ্টিংচ|ৱাৰেন হেষ্টিংচৰ মাজত এটা চুক্তি সাক্ষৰিত হয়। এই চুক্তিৰ ফলত কোচবিহাৰ ব্ৰিটিছসকলৰ এখন কৰদ ৰাজ্যলৈ পৰিণত হয়। ১৭৭৩ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানি|ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ লগত এটা চুক্তিৰ মাধ্যমেৰে ৰাজ্যখন "কোচবিহাৰ" নামেৰে পৰিচিত হয় আৰু ইয়াৰ ৰাজধানীৰ নাম হয় "বিহাৰ ফোৰ্ট। " উল্লেখ্য, "কোচবিহাৰ" শব্দটোৰ অৰ্থ "কোচ জাতিৰ বাসস্থান। " কোচবিহাৰ গেজেট অনুযায়ী, মহাৰজাৰ আদেশ অনুযায়ী ৰাজ্যৰ সৰ্বশেষ নামকৰণ হয় "কোচ বিহা। "[3]:৪৭
১৯৪৯ চনৰ ২৮ অগষ্ট ৰজা জগদ্দীপেন্দ্ৰ নাৰায়ণ কোচবিহাৰ ৰাজ্যক ভাৰত অধিৰাজ্য|ভাৰতীয় অধিৰজ্যৰ হাতত তুলি দিয়ে। এই বছৰ ১২ ছেপ্টেম্বৰৰ পৰা কোচবিহাৰ ভাৰতৰ কমিশনাৰ শাসিত প্ৰদেশলৈ পৰিণত হয়। ১৯৫০ চনৰ ১ জানুৱাৰী ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ ২৯০ক ধাৰাত কোৱা হয় কোচবিহাৰ পশ্চিমবংগ ৰাজ্যৰ একটি জিলালৈ পৰিণত হয়।[3]:৪৭
সমগ্ৰ কোচবিহাৰ জিলাখন উত্তৰবঙ্গ সমভূমি|উত্তৰবঙ্গ সমভূমিৰ অন্তৰ্গত। জিলাৰ প্ৰধান নদ-নদীসমূহ দক্ষিণ-পূৰ্বাঞ্চলৰ সামান্য এঢলীয়া নিচিনা প্ৰবাহিত হৈ আছে। ইয়াৰ ভূভাগ ওখ-নিচ। কোনো কোনো অঞ্চলত ইমানেই নিচ যে বাৰিষা কালত নদীৰ দুকূল উভৰি বানপানীৰ দেখা দিয়ে। জিলাৰ উচ্চভূমি অঞ্চলখন শীতলকুচি ব্লকৰ লালবজাৰত তথা নিম্নভূমি অঞ্চলসমূহ দিনহাটা মহকুমা|দিনহাটা মহকুমাত অৱস্থিত। এই জিলাত কোনো পাহাৰ বা পৰ্বত নাই। কিন্তু বিভিন্ন অঞ্চলত একাধিক বিশাল আকাৰৰ বিল দেখিবলৈ পোৱা যায়।[3]:৪৭-৪৮
কোচবিহাৰ জিলাৰ ছয়খন প্ৰধান নদী হ'ল তিস্তা নদী|তিস্তা, জলঢাকা নদী|জলঢাকা, তোৰষা নদী|তোৰষা, কালজানি নদী|কালজানি, ৰায়ডাক নদী|ৰায়ডাক তথা গদাধৰ নদী|গদাধৰ। এই নদীবোৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূৱলৈ প্ৰবাহিত। হিমালয়ৰ পৰা উৎপন্ন এই নদীবোৰ জলপাইগুড়ি জিলাৰ পশ্চিম ডুয়াৰ্চ অঞ্চলৰ পৰা কোচবিহাৰ জিলাত প্ৰৱেশ কৰিছে। কেৱল মাত্ৰ গুম্মন নদখন ডুয়াৰ্চৰ পৰা উৎপন্ন হোৱা নদী। কোচবিহাৰৰ মাজেৰ প্ৰবাহিত হৈ বাংলাদেশ|বাংলাদেশৰ ৰংপুৰ বিভাগ|ৰংপুৰ বিভাগত প্ৰৱেশ কৰি শেষত ব্ৰহ্মপুত্ৰ নদ|ব্ৰহ্মপুত্ৰৰ লগত মিলিত হৈছে এইবোৰ নদী। নদীবোৰৰ পাৰ ওখ-নিচ বা নদীৰতলি বালিময়। ডাঙৰ নদীবোৰত প্ৰচুৰ পৰিমাণে শিল দেখিবলৈ পোৱা যায়। বাৰিষা কালত বানপানী, নদীৰ পাৰৰ গঢ়াখহনীয়া তথা মৃত্তিকাক্ষয় দেখিবলৈ পোৱা যায়। গ্ৰীষ্মকালত তিস্তাৰ বাহিৰে অইন নদীবোৰত বিশেষ পানী নাথাকে। জিলাৰ অন্যান্য নদীসমূহৰ মজত শানিয়াজান, বুটামাৰা, মাতাঙ্গণ, কুমনাই, গিলাণ্ডি, ডুডুৱা, মুজনাই, ডোলং প্ৰভৃতি উল্লেখযোগ্য। বাৰংবাৰ নদীৰ গভীৰতা পৰিবৰ্তনৰ ফলত পৰিত্যক্ত নদীৰ গভীৰতা কালক্ৰমত জলাশয় বা বিললৈ পৰিণত হয়। এই এই জলাশয়বোৰ বৰষুণৰ পনীৰে ভৰি পৰে। ইয়াত মাছৰ খেতি কৰা হয় আৰু সিচঁৰ পানী পোৱা যায়। জিলাখনৰ উল্লেখযোগ্য বিলসমূহ হ'ল ভেৰভেৰী, চম্পাগুড়ি, ছুকানিম, ছকজল, চিতল, পানিগ্ৰাম, জগৎবেৰ প্ৰভৃতি।[3]:৪৮
কোচবিহাৰ জিলাৰ জলবায়ু অতিৰিক্ত আৰ্দ্ৰতাযুক্ত ও মধ্যম ধৰণৰ উষ্ণ। জিলাত গ্ৰীষ্মকাল মাৰ্চৰ পৰা মে মাহ লৈকে আৰু শীতকাল নভেম্বৰৰ মাজভগৰ পৰা ফেব্ৰুৱাৰীৰ শেষভাগ লৈকে স্থায়ী হয়। জুনৰ পৰা ছেপ্টেম্বৰ মাহ লৈকে বাৰিষাকাল। দক্ষিণ-পশ্চিম মৌচুমি বায়ুৰ প্ৰভাৱত বাৰিষাত এই অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হৈ থাকে। গ্ৰীষ্মকালত জিলাৰ গড় সৰ্বাচ্চ উষ্ণতা থাকে ৩৬° ছেণ্টিগ্ৰেডৰ পৰা সৰ্বনিম্ন ১৯° ছেণ্টিগ্ৰেড; আকৌ শীতকাল গড় উষ্ণতা সৰ্বোচ্চ ২৭° ছেণ্টিগ্ৰেডৰ পৰ সৰ্বনিম্ন ৮° ছেণ্টিগ্ৰেড। জিলাখনৰ গড় বৃষ্টিপাতৰ পৰিমাণ ২,৫০০-৩,২০০ মিলিমিটাৰ। বাৰ্ষিক ৭০ শতাংশ বৃষ্টিপাত দক্ষিণ-পশ্চিম মৌচুমি জলবায়ুৰ প্ৰভাৱতেই হয়। বাৰিষাত ঘূৰ্ণিবতাহ তথা নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হৈ অতিভাৰী বৃষ্টিপাত তথা তীব্ৰ বায়ুপ্ৰবাহ দেখা যায়। বাৰিষাৰ আৰম্ভণিতে বজ্ৰবিদ্যুৎ সহ বৃষ্টিপাত হয়। অক্টোবৰৰ পৰা এপ্ৰিল মাহ লৈকে আকাশ মেঘমুক্ত বা প্ৰায় মেঘমুক্ত থাকে।[3]:৪৮
কোচবিহাৰেৰ মৃত্তিকা পাললিক প্ৰকৃতিৰ। অধিকাংশ আলগা বালিমাটি, উপৰেৰ স্তৰেৰ দোঁয়াশ মাটি প্ৰায় সব জায়গাতেই তিন ফুট গভীৰ। কোথাও কোথাও এই গভীৰতা আৰও কম এবং তাৰ নিচে বালিস্তৰ বিদ্যমান। পূৰ্বদিকেৰ কালো দোঁয়াশ মাটি বাদ দিলে সৰ্বত্ৰই মাটি ছাই ৰঙেৰ। উপৰেৰ স্তৰেৰ মাটিৰ জলধাৰণ ক্ষমতা কম বলে আৰ্দ্ৰতা ধৰে ৰাখাৰ অনুপযোগী।[3]:৪৮
কোচবিহাৰেৰ জনপ্ৰিয় লোকসংঙ্গীত হল ভাওয়াইয়া, ছাড়াও কোচবিহাৰেৰ জনপ্ৰিয় পালাগান বিষহৰা।
এ অঞ্চলেৰ মানুষ মূলত কোচ ৰাজবংশী ভাষায় কথা বলে। অত্যন্ত শ্ৰুতিমধুৰ এ ভাষা বাংলাদেশেৰ দিনাজপুৰ, ৰংপুৰ, ঠাকুৰগাঁও অঞ্চলেৰ মানুষেৰ মুখেও ব্যাপক প্ৰচলিত। পূৰ্ব, মধ্য, পশ্চিম এবং পাহাড়ী (কোচ) এই চাৰ ভাগে বিভক্ত ৰাজবংশী ভাষাৰ পাহাড়ী (কোচ) ভাগে এ এলাকাৰ জনগোষ্ঠীৰা কথা বলে থাকে। তিন কথ্যৰূপেৰ মধ্যে ৭৭-৮৯% মিল পাওয়া যায়। ৰাজবংশী ভাষা ৪৮-৫৫ ভাগ বঙালী, ৪৩-৪৯ ভাগ মৈথিলি এবং নেপালি শব্দ দ্বাৰা গঠিত।
কোচবিহাৰ পঞ্চানন বৰ্মা বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়‚ পুণ্ডিবাৰী কোচবিহাৰ আচাৰ্য ব্ৰজেন্দ্ৰনাথ স্মৃতি মহাবিদ্যালয়,[6] তুফানগঞ্জ মহাবিদ্যালয়, মেখলীগঞ্জ মাহাবিদ্যালয়, দিনহাটা মহাবিদ্যালয়, মাথাভাঙ্গা মহাবিদ্যালয়[7] ইত্যাদী বিশ্ববিদ্যালয় ও মহাবিদ্যালয় ও বহুসংখ্যক উচ্চ ও নিম্নবিদ্যালয় এই জেলাৰ অন্তৰ্গত।
৩১ নং জাতীয় সড়ক পৰিবহণে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। এটি পূৰ্বে আসামৰাজ্য পৰ্যন্ত্য বিস্তৃত।[1] | এছাড়া ৰেলপথ ও আকাশপথ পাৰিবহন ব্যাবস্থা ৰয়েছে | নিউ কোচবিহাৰ এই জেলাৰ প্ৰধান ৰেলষ্টেশন এবং কোচবিহাৰ বিমানবন্দৰ হল একমাত্ৰ বিমানবন্দৰ |
সমগ্ৰ কোচবিহাৰ জেলাকে মোট পাঁচটি মহকুমা ও ১২টি সমষ্টি উন্নয়ন ব্লক|সমষ্টি উন্নয়ন ব্লকে বিভক্ত কৰা হয়েছে। জেলায় মোট ৬টি পুৰসভা ৰয়েছে।
মহকুমা | মহকুমা সদৰ | সমষ্টি উন্নয়ন ব্লক | পৌৰসভা |
---|---|---|---|
কোচবিহাৰ সদৰ | কোচবিহাৰ | কোচবিহাৰ ১ সমষ্টি উন্নয়ন ব্লক কোচবিহাৰ ২ সমষ্টি উন্নয়ন ব্লক |
কোচবিহাৰ |
মেখলিগঞ্জ | মেখলিগঞ্জ | মেখলিগঞ্জ সমষ্টি উন্নয়ন ব্লক হলদিবাড়ী সমষ্টি উন্নয়ন ব্লক |
মেখলিগঞ্জ হলদিবাড়ি |
মাথাভাঙ্গা | মাথাভাঙ্গা | মাথাভাঙ্গা ১ সমষ্টি উন্নয়ন ব্লক মাথাভাঙ্গা ২ সমষ্টি উন্নয়ন ব্লক শীতলকুচি সমষ্টি উন্নয়ন ব্লক |
মাথাভাঙ্গা |
তুফানগঞ্জ | তুফানগঞ্জ | তুফানগঞ্জ ১ সমষ্টি উন্নয়ন ব্লক তুফানগঞ্জ ২ সমষ্টি উন্নয়ন ব্লক |
তুফানগঞ্জ |
দিনহাটা | দিনহাটা | দিনহাটা ১ সমষ্টি উন্নয়ন ব্লক দিনহাটা ২ সমষ্টি উন্নয়ন ব্লক সিতাই সমষ্টি উন্নয়ন ব্লক |
দিনহাটা |
জেলাটিৰ বাৰোটি জনগণনা নগৰ হলো -
|title=
specified when using {{Cite web}}". উদ্ধৃতি ত্ৰুটি: Invalid <ref>
tag; name "coochbehar.gov.in" defined multiple times with different content
|title=
specified when using {{Cite web}}".
|title=
specified when using {{Cite web}}".
|title=
specified when using {{Cite web}}".