গণিত


ৰাফেলৰ কল্পনাত ৩য় শতাব্দীৰ বিখ্যাত গণিতবিদ ইউক্লিড, দ্য স্কুল অফ এথেন্স ছবিৰ অংশবিশেষ।[1]

পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত (formal) দৃষ্টিকোণ মতে গণিত হ'ল যুক্তিবিজ্ঞান (logic) আৰু বিশেষ প্ৰতীক-চিহ্নাদি (notation) ব্যৱহাৰ কৰে স্বতঃসিদ্ধ-ৰূপে সংজ্ঞায়িত বিমূৰ্ত গঠনসমূহৰ (axiomatically defined abstract structures) গৱেষণা, অৰ্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক বাস্তৱতাবাদী (realistic) দৃষ্টিকোণৰ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে। অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰ উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়।


আইজাক নিউটন (১৬৪৩-১৭২৭), কেলকুটাৰৰ জনক

গণিতৰ ইতিহাস

[সম্পাদনা কৰক]

ইংৰাজী "mathematics" শব্দটো Greek: μάθημα (máthēma "knowledge, study, learning") শব্দৰ পৰা আহিছে যাৰ অৰ্থ "বিজ্ঞান, জ্ঞান, বা শিক্ষণ"; μαθηματικός (মাতেমাতিকোস)-ৰ অৰ্থ "জ্ঞানপিপাসু"। বৰ্তমানে "mathematics" বা গণিত বুলি ক'লে পৰিমাণ, সংগঠন, স্থান আৰু পৰিবৰ্তনৰ গৱেষণাভিত্তিক বিশেষ ধৰণৰ জ্ঞানক বুজাই।

ইতিহাস আৰু গণিতবিশ্ব

[সম্পাদনা কৰক]
বিখ্যাত গ্ৰীক গণিতবিদ পাইথাগোৰাছ (৫৭০-৪৯৫ খৃষ্টপূৰ্ব)


প্ৰাচীন বেবিলনৰ গণিত

[সম্পাদনা কৰক]

এই সভ্যতাৰ স্থলী হ'ল টাইগ্ৰীচ নদীৰ সাৰবাৰ উপত্যাকাত। তেওঁলোকে অংক কৰিছিল সঁচা,কিন্তূ সংখ্যাৰ আ্ৱিস্কাৰ বা ব্যৱহাৰ কৰা নাছিল।

প্ৰাচীন মিছৰীয় গণিত

[সম্পাদনা কৰক]


গণিতৰ মৌলিক ধাৰণাসমূহ

[সম্পাদনা কৰক]

সংখ্যা (ইংৰাজী: Number): ০,১,২,৩,৪,৫,৬,৭,৮,৯

গণিতৰ প্ৰধান ক্ষেত্ৰসমূহ

[সম্পাদনা কৰক]



গণিত হৈছে সকলো ভৌতিক গৱেষণাৰ অপৰিহাৰ্য আহিলা


=== স

===


পৰিবৰ্তন

[সম্পাদনা কৰক]


ভিত্তি আৰু পদ্ধতি

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. No likeness or description of Euclid's physical appearance made during his lifetime survived antiquity. Therefore, Euclid's depiction in works of art depends on the artist's imagination (see Euclid).

বহিঃসংযোগ

[সম্পাদনা কৰক]

সাঁচ:WVS