চান্দনী বাৰ |
---|
 পোষ্টাৰ |
পৰিচালক |
মধুৰ ভাণ্ডাৰকাৰ |
---|
প্ৰযোজক |
লতা মোহন |
---|
অভিনয়ত |
টাবু অতুল কুলকাৰ্ণী ৰাজপাল যাদৱ |
---|
সংগীত পৰিচালক |
ৰাজু সিং |
---|
মুক্তি |
২৮ ছেপ্টেম্বৰ ২০০১ (2001-09-28) |
---|
দৈৰ্ঘ্য |
১৫০ মিনিট |
---|
দেশ |
ভাৰত |
---|
ভাষা |
হিন্দী |
---|
বাজেট |
₹১৫ মিলিয়ন[1] |
---|
সৰ্বমুঠ আয় |
₹66 million[1] |
চান্দনী বাৰ (ইংৰাজী: Chandni Bar) ২০০১ চন মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাট্যধৰ্মী ছবি।[1] ইয়াত বেশ্যাবৃত্তি, ডান্স বাৰ আৰু অপৰাধকে ধৰি মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ কঠিন জীৱনৰ চিত্ৰায়ণ কৰা হৈছে। ছবিখনত টাবু আৰু অতুল কুলকাৰ্ণীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[2] ইয়াৰ উপৰিও ইয়াত অনন্যা খাৰে, ৰাজপাল যাদৱ, মীনাক্ষী সাহানী আৰু বিশাল ঠাক্কৰে অভিনয় কৰিছে। ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু চাৰিটাকৈ ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়। এই চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- অন্যান্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী (তাবু), শ্ৰেষ্ঠ সহযোগী অভিনেতা (কুলকাৰ্ণী) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (খাৰে) শিতানত লাভ কৰিছিল।[3][4][5]
এইখন এখন হিট ছবি আছিল আৰু ১.৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ছবিখনে বক্স অফিচত ৬.৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।[6]
- ২০০২- ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ অন্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ অভিনেত্ৰী (টাবু)
- শ্ৰেষ্ঠ সহযোগী অভিনেতা (অতুল কুলকাৰ্ণী)
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (অনন্যা খাৰে)
- ↑ 1.0 1.1 1.2 "Chandni Bar". Boxofficeindia. https://boxofficeindia.com/movie.php?movieid=682.
- ↑ "Chandni Bar". Bollywood Hungama. https://www.bollywoodhungama.com/movie/chandni-bar/। আহৰণ কৰা হৈছে: 8 July 2020.
- ↑ "Happy Birthday Tabu: From Andhadhun, Astitva, Chandni Bar to Cheeni Kum, Drishyam, Haider; actor's best roles till date | Latest News & Updates at DNAIndia.com". DNA India. https://www.dnaindia.com/bollywood/photo-gallery-happy-birthday-tabu-from-andhadhun-astitva-chandni-bar-to-cheeni-kum-drishyam-haider-actor-s-best-roles-till-date-2800086.