ব্যৱসায়ৰ ধৰণ | Private |
---|---|
উপলব্ধ ভাষা | ইংৰাজী |
প্ৰতিষ্ঠা | জুলাই ২০১৪ |
মুখ্য কাৰ্যালয় | বাংগালোৰ, কৰ্ণাটক, ভাৰত |
সেৱা অঞ্চল | ৫০০তকৈ অধিক ভাৰতৰ চহৰ |
মালিক | Naspers (৩৬.০১%)[1] |
প্ৰতিষ্ঠাপক | শ্ৰীহৰ্ষ মজেটি নন্দন ৰেড্ডী ৰাহুল জৈমিনি |
মুখ্য ব্যক্তি | শ্ৰীহৰ্ষ মজেটি (CEO) ৰাহুল বোথ্ৰা(CFO) দেল ভেজ(CTO) |
উদ্যোগ | অনলাইন খাদ্য ব্যৱসায় |
সেৱাসমূহ | খাদ্য বিতৰণ অনলাইন খাদ্য সামগ্ৰীৰ ব্যৱসায় কুৰিয়াৰ |
আয় | ![]() |
লাভ | সাঁচ:Negative increase ₹−৩,৭৬৮ কোটি (−০.৫৩ বিলিয়ন ডলাৰ) (2020)[3] |
মূল কোম্পানি | Bundl Technologies[4] |
অধীনস্থ কোম্পানি | SuprDaily |
ৱেবছাইট | www |
বিজ্ঞাপন | হয় |
পঞ্জীয়ন | বৈকল্পিক |
বৰ্তমান অৱস্থা | সক্ৰিয় |
স্থানীয় ক্লায়েন্টসমূহ | Android, iOS, website |
চুইগী (ইংৰাজী: Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷[5][6] খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie" নামেৰে ক্ষিপ্ৰভাৱে বিভিন্ন পেকেট বিতৰণ কৰে।
বৰ্ষ | আয় (কোটিৰ হিচাপত) | লাভ/লোকচান (কোটিৰ হিচাপত) |
---|---|---|
বিত্তীয় বৰ্ষ ২০১৫ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৬ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৭ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৮ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০১৯ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০২০ | ![]() |
![]() |
বিত্তীয় বৰ্ষ ২০২১ | ![]() |
![]() |
<ref>
টেগ;
tnc
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই