চুলতান | |
---|---|
পৰিচালক | আলী আব্বাছ জাফৰ |
ৰচনা | আলী আব্বাছ জাফৰ |
চিত্ৰনাট্য | আদিত্য চোপ্ৰা |
প্ৰযোজক | আদিত্য চোপ্ৰা |
অভিনয়ত | চলমান খান অনুষ্কা শৰ্মা ৰণদ্বীপ হুডা |
সম্পাদনা | ৰামেশ্বৰ ভগত |
সংগীত পৰিচালক |
|
প্ৰযোজনা কোম্পানী |
|
পৰিবেশক | যশ ৰাজ ফিল্মচ্ |
মুক্তি |
জুলাই ৬, ২০১৬ |
দৈৰ্ঘ্য |
১৭০ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹ ৭০ কোটি[2][3] |
সৰ্বমুঠ আয় | ₹ ৬৩২ কোটি[3] |
চুলতান (হিন্দী: सुल्तान) হ'ল ২০১৬ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় চলচ্চিত্ৰ। আলী আব্বাছ জাফৰৰ দ্বাৰা পৰিচালিত তথা আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত চলমান খান আৰু অনুষ্কা শৰ্মা হ'ল মুখ্য অভিনেতা-অভিনেত্ৰী। ২০১৬ চনৰ ৬ জুলাইত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে।
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
Untitled | ||||
---|---|---|---|---|
বিশাল–শেখৰ কালক্ৰম | ||||
|
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে বিশাল-শেখৰে। ২০১৬ চনৰ ৩১ মে'ত শ্ৰব্য এলবামটি মুক্তি দিয়া হয়।[4]
নং | শিৰোনাম | গায়ক | দৈৰ্ঘ্য | |
---|---|---|---|---|
1. | "বেবী কো বেছ পচণ্ড্ হে" | বিশাল দাদলানী, শলমালী খোলগৰে, ইষিতা, বাদশ্বাহ | ০৪:১৩ | |
2. | "জগ ঘুমেয়া" | ৰাহত ফটেহ আলী খান | ০৪:৪১ | |
3. | "৪৪০ ভল্ট" | মিকা সিং | ০৪:২৮ | |
4. | "চুলতান" | সুখবিন্দ্ৰ সিং, শাদব ফৰিডী | ০৪:৪০ | |
5. | "চচ্চী মুচ্চী" | মোহিত চৌহান, হৰ্ষদ্বীপ কৌৰ | ০৩:৫৯ | |
6. | "বুল্লেয়া" | পাপন | ০৫:৫৭ | |
7. | "টুক টুক" | নূৰান ছিছটাৰ্চ, বিশাল দাদলানী | ০৪:১২ | |
8. | "জগ ঘুমেয়া (মহিলা)" | নেহা ভাছিন | ০৪:১৪ | |
9. | "ৰাইজ অৱ চুলতান" | শেখৰ ৰবিজানী | ০২:৪৬ | |
মুঠ দৈৰ্ঘ্য: |
39:10 |
২০১৬ চনৰ ৬ জুলাইত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে।
চুলতান চলচ্চিত্ৰখনে ২০১৬ চনৰ বক্স অফিচত সৰ্বাধিক সফলতা অৰ্জন কৰিছিল। ভাৰতত চলচ্চিত্ৰখনে ৪০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছিল। আনহাতে বিদেশতো চলচ্চিত্ৰখনে যথেষ্ট ভাল ব্যৱসায় কৰিছিল। বিদেশৰ পৰা ১৭২ কোটি টকাৰ ব্যৱসায় কৰিছিল। চলচ্চিত্ৰখনৰ মুঠ সংগ্ৰহ আছিল ৬৩২ কোটি টকা।