ছালাফ' (আৰবী: سلف) বুলিলে ইছলাম ধৰ্মানুসৰি সাধাৰণতে নবী মুহাম্মাদ (ছাঃ) আৰু তেওঁৰ পৰৱৰ্তী তিনি প্ৰজন্মক বুজোৱা হয়।[1]
তাবিঈন, ছাহাবাসকলৰ উত্তৰসূৰী।
তাবা তাবিঈন, তাবিঈনসকলৰ উত্তৰসূৰী।