এটা জটিল সংখ্যাক দুটা বাস্তৱ সংখ্যাৰ এটা টাপ্ল্(tuple) হিচাপে দেখা গৈছে। ইয়াক অৰগাণ্ড সমতলত এটা ভেক্টৰ হিচাবে প্ৰকাশ কৰা হয়। ইয়াত (a,b) ভেক্টৰটো জটিল সংখ্যা ক সূচাইছে।
জটিল সংখ্যা (ইংৰাজী: Complex number) গণিতৰ কিছুমান সমস্যাৰ সমাধানৰ উদ্দেশ্যে গৃহীত এক ধাৰণা। সংখ্যাৰেখাৰ উলম্ব দিশত এক কাল্পনিক মাত্ৰাৰ (dimension) সহায়ত ইয়াক এটা বাস্তৱ সংখ্যা আৰু এটা কাল্পনিক সংখ্যাৰ ভেক্টৰ হিচাবে প্ৰকাশ কৰা হয়। [1]:
প্ৰতিটো জটিল সংখ্যাকেই আকাৰে লিখা যায়, য’ত a আৰু b বাস্তৱ সংখ্যা। a আৰু b-ক যথাক্ৰমে জটিল সংখ্যাৰ বাস্তৱ অংশ আৰু কাল্পনিক অংশ বোলা হয়।
জটিল সংখ্যাবোৰে এখন ফিল্ড তৈয়াৰ কৰে। এই কাৰণে ইয়াৰ ওপৰত যোগ, বিয়োগ, গুণ আৰু ভাগ, এই চাৰিটা দ্বিমিক অপাৰেশ্যন প্ৰয়োগ কৰা সম্ভৱ। এই জটিল সংখ্যাৰ অপাৰেশ্যনবোৰ বাস্তৱ সংখ্যাৰ অপাৰেশ্যনবোৰৰেই সম্প্ৰসাৰিত ৰূপ। কিছুমান জটিল সংখ্যাৰ ওপৰত প্ৰয়োগ কৰাৰ সময়ত এইবোৰ অপাৰেশ্যনৰ আৰু কিছু সুন্দৰ আৰু কাৰ্যকৰী বৈশিষ্ট্য পৰিলক্ষিত হয়। যেনে, কিছু জটিল (কাল্পনিক) সংখ্যাক বৰ্গ কৰি ঋণাত্মক বাস্তৱ সংখ্যা পোৱা যায়।
ইটালীয় গণিতিবিদজিৰোলামো কাৰ্দানোয়ে ত্ৰিঘাত সমীকৰণ সমাধান কৰি থকা অৱস্থাত প্ৰথম জটিল সংখ্যা আবিষ্কাৰ কৰিছিল[2]। তেতিয়া ইয়াক "কাল্পনিক" উপাধি দিছিল।
জটিল সংখ্যাৰ যোগ, বিয়োগ, গুণ আৰু ভাগৰ নিয়ম প্ৰথমতে তৈয়াৰ কৰিছিল ইটালীয় গণিতবিদ ৰাফায়েল বোমবেল্লিয়ে। আইৰিশ গণিতবিদ উইলিয়াম ৰোয়ান হেমিল্টনে জটিল সংখ্যাৰ আৰু বিমূৰ্ত এটি বিধিবদ্ধ ৰূপ দিয়ে। তিনি জটিল সংখ্যাৰ তত্ত্বকে চতুষ্টিৰ তত্ত্বলৈ উন্নীত কৰে।
Nahin, Paul J. (1998), An Imaginary Tale: The Story of (hardcover সম্পাদনা), Princeton University Press, ISBN0-691-02795-1
A gentle introduction to the history of complex numbers and the beginnings of complex analysis.
H.-D. Ebbinghaus, H. Hermes, F. Hirzebruch, M. Koecher, K. Mainzer, J. Neukirch, A. Prestel, R. Remmert (1991), Numbers (hardcover সম্পাদনা), Springer, ISBN0-387-97497-0
An advanced perspective on the historical development of the concept of number.
The Road to Reality: A Complete Guide to the Laws of the Universe, by Roger Penrose; Alfred A. Knopf, 2005; ISBN 0-679-45443-8. Chapters 4-7 in particular deal extensively (and enthusiastically) with complex numbers.
Unknown Quantity: A Real and Imaginary History of Algebra, by John Derbyshire; Joseph Henry Press; ISBN 0-309-09657-X (hardcover 2006). A very readable history with emphasis on solving polynomial equations and the structures of modern algebra.
Visual Complex Analysis, by Tristan Needham; Clarendon Press; ISBN 0-19-853447-7 (hardcover, 1997). History of complex numbers and complex analysis with compelling and useful visual interpretations.