জাকিৰ নাইক | |
---|---|
![]() | |
জন্ম | জাকিৰ আব্দুল কৰিম নাইক ১৮ অক্টোবৰ. ১৯৬৫ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | এমবিবিএছ |
পেচা | ইছলামিক ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু প্ৰধান বক্তা |
সক্ৰিয় হৈ থকা সময় | ১৯৯১- বৰ্তমান |
জনা যায় | দাওয়াহ (ধৰ্ম প্ৰচাৰক), পিচ টিভি নেটৱৰ্ক |
ধৰ্ম | ইছলাম |
দাম্পত্যসঙ্গী | ফাৰহাত নাইক[1][2][3] |
সন্তান | ফাৰিক নাইক,[4][5][6] ৰুশদা নায়েক[4] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | কিং ফয়ছাল আৰ্ন্তজাতিক পুৰস্কাৰ (ইছলামত অৱদান, ২০১৫) |
ৱেবছাইট | |
IRF.net PeaceTV.tv |
জাকিৰ আব্দুল কৰিম নাইক (ইংৰাজী: Zakir Naik, উৰ্দু: ذاکر نائیک; জন্ম: ১৮ অক্টোবৰ ১৯৬৫, মুম্বাই, ভাৰত) হ'ল এজন ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক; যিজনে ইছলাম আৰু তুলনামূলক ধৰ্মতত্ত্ব বিষয়ে কাম কৰে।[7][8] তেখেত ইছলামিক ৰিচাৰ্ছ ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা যি পিচ টিভি নেটৱৰ্ক পৰিচালনা কৰে।