![]() | |
Type of site |
ই-মেইল সেৱা |
---|---|
Available in | ১০৫ টা |
Owner | গুগল |
Created by | পল বুচেইট |
URL | mail |
Commercial | হয় |
Registration | প্ৰয়োজনীয় |
Users | ১.৪ বিলিয়ন (এপ্ৰিল ২০১৮)[1][2] |
Launched | ১ এপ্ৰিল, ২০০৪ |
Current status | সক্ৰিয় |
জিমেইল (ইংৰাজী: Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা।[3] ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল।[4] কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল।[5] ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে।[6] এণ্ড্ৰইড সঁজুলিৰ গুগল প্লে' ষ্ট'ৰত ১০০ কোটি ইন্ষ্টল হোৱা প্ৰথম এপ্ হিচাপেও ই পৰিগণিত হৈছে।
জিমেইল ম'বাইল হৈছে জিমেইলৰ সেৱাৰ এটা অংশ। এইটো এটা বিনামূলীয়া সেৱা, যাৰ সহায়ত জিমেইলৰ সেৱা যিকোনো ম'বাইল ফোনৰ পৰা সুবিধা ল'ব পৰা যায়। ব্যৱহাৰকৰ্তা জনে ইয়াৰ সহায়তে মেইল লিখিব, পঢ়িব, উত্তৰ দিব, forward, mark unread, add a star, custom labels যোগ or trash কৰিব পাৰে। .
জিমেইল ম'বাইলৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ব্যৱহাৰকৰ্তা জনৰ জিমেইল একাউণ্ট তথা ম'বাইলত নিম্নোলিখিত সুবিধাসূহ থকা প্ৰয়োজনীয়:
জিমেইল ম'বাইল ১৬ ডিচেম্বৰ,২০০৫ তাৰিখে মুকলি কৰা হৈছিল। বৰ্তমান ই ৪০ টাৰো তাতোধিক ভাষাত সুবিধা প্ৰদান কৰে।[7]
![]() |
ৱিকিমিডিয়া কমন্সত জিমেইল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |