জুলিয়ান বাৰ্ণছ | |
---|---|
![]() বাৰ্ণছ ২০১৯ চনত | |
জন্ম | ১৯ জানুৱাৰী, ১৯৪৬ (৭৯ বছৰ) লেষ্টাৰ, ইংলেণ্ড |
ছদ্মনাম | Dan Kavanagh (crime fiction), Edward Pygge |
পেচা | লেখক |
মাতৃশিক্ষায়তন | মেগডেলেন কলেজ, অক্সফোৰ্ড বিশ্ববিদ্যালয় |
ধৰণ | উপন্যাস, চুটিগল্প, প্ৰবন্ধ, স্মৃতিগ্ৰন্থ |
সাহিত্যিক বিপ্লৱ | উত্তৰ-আধুনিক |
উল্লেখযোগ্য বঁটা | Prix Femina 1992 Commandeur of L'Ordre des Arts et des Lettres 2004 Man Booker Prize 2011 Jerusalem Prize 2021 |
ৱেবছাইট | julianbarnes |
জুলিয়ান বাৰ্ণছ (জন্ম: ১৯ জানুৱাৰী, ১৯৪৬) বিংশ শতিকাৰ শেষৰ দশকৰ এজন বৃটিছ ঔপন্যাসিক। ২০১১ চনত তেওঁ বুকাৰ বঁটা লাভ কৰিছিল। দ্য চেন্স অৱ এণ এণ্ডিং নামৰ উপন্যাসখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। [1] ইয়াৰ পূৰ্বে তেওঁ ফ্ল'বাৰ্টছ পেৰ'ট, ইংলেণ্ড, ইংলেণ্ড আৰু আৰ্থাৰ এণ্ড জৰ্জৰ বাবে তিনিবাৰকৈ এই বঁটাৰ বাবে বিবেচিত হৈছিল। তেওঁ ড্যান কাভানা ছদ্মনামত অপৰাধমূলক কল্পকাহিনীও লিখে।[2] ২০০৪ চনত জুলিয়ান বাৰ্ণছে Arts et des Lettres উপাধি লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ছামাৰচেট মম বঁটা আৰু জেফ্ৰি ফেবাৰ মেম’ৰিয়েল বঁটাও লাভ কৰে। ২০২১ চনত তেওঁ জেৰুজালেম বঁটা লাভ কৰে।
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |